অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ভাগৱত গীতা (চলচ্চিত্ৰ)

ভাগৱত গীতা (Bhagavad Gita) ১৯৯৩ চনৰ সংস্কৃত ভাষাত নিৰ্মিত এখন ভাৰতীয় নাট্যধৰ্মী চলচ্চিত্ৰ; য’ত কম পৰিমাণে হিন্দী আৰু তেলুগু ভাষাৰ সংলাপ আছে। ছবিখনৰ প্ৰযোজক চুব্বাৰামী ৰেড্ডী আৰু পৰিচালক জি ভি আয়াৰ। মহাকাব্য মহাভাৰতৰ অংশস্বৰূপ ভাগৱত গীতাৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।

হালনাগাদ: ২৬ মাৰ্চ ২০২৪ ৬৮ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ভাগৱত গীতা (Bhagavad Gita) ১৯৯৩ চনৰ সংস্কৃত ভাষাত নিৰ্মিত এখন ভাৰতীয় নাট্যধৰ্মী চলচ্চিত্ৰ; য’ত কম পৰিমাণে হিন্দী ভাষা আৰু তেলুগু ভাষা ভাষাৰ সংলাপ আছে। ছবিখনৰ প্ৰযোজক চুব্বাৰামী ৰেড্ডী আৰু পৰিচালক জি ভি আয়াৰ। মহাকাব্য মহাভাৰতৰ অংশস্বৰূপ শ্ৰীমদ্ভগৱতগীতাৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।১

বঁটা আৰু সন্মান

হাইদৰাবাদৰ অন্ধ্ৰ প্ৰদেশ ফিল্ম চেম্বাৰ অৱ কমাৰ্চ আৰু ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনৰ প্ৰিমিয়াৰ হয়।২ ১৯৯৩ চনত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৪০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।৩৪৫

তথ্যসূত্ৰ

  1. ↑ Bhagavad Gita summary. sites.google.com
  2. ↑ Directorate of Film Festival
  3. ↑ Bhagvad Gita (film) G V Iyer. IMDb
  4. ↑ 40th National Film Awards. India International Film Festival
  5. ↑ 40th National Film Awards (PDF). Directorate of Film Festivals

সম্পৰ্কিত শ্ৰেণী

শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী১৯৯৩ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাগৱত গীতা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪১৪৫৬২ (২৬ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।