অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বৰ্ষা উৎসৱ

বৰ্ষা উৎসৱ (বৰ্ষা উৎসব) হৈছে বাংলাদেশত উদ্‌যাপন কৰা এটা দিনজোৰা বৰ্ষা অভিবাদন উৎসৱ। এইটো বৰ্ষা মঙ্গল উৎসৱ নামেৰেও জনাজাত। বাংলা চান্দ্ৰ-সূৰ্য্য কেলেণ্ডাৰ অনুসৰি আহাৰ মাহৰ প্ৰথম দিনা উৎসৱৰ তাৰিখটো নিৰ্ধাৰণ কৰা হয়। সাধাৰণতে এই দিনটো গ্ৰেগৰিয়ান কেলেণ্ডাৰ অনুসৰি ১৫ জুনত পৰে।

হালনাগাদ: ১০ নৱেম্বৰ ২০২৫ ১৪১ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

বৰ্ষা উৎসৱ (বৰ্ষা উৎসব) হৈছে বাংলাদেশত উদ্‌যাপন কৰা এটা দিনজোৰা বৰ্ষা অভিবাদন উৎসৱ। এইটো বৰ্ষা মঙ্গল উৎসৱ নামেৰেও জনাজাত। বাংলা চান্দ্ৰ-সূৰ্য্য কেলেণ্ডাৰ অনুসৰি আহাৰ মাহৰ প্ৰথম দিনা উৎসৱৰ তাৰিখটো নিৰ্ধাৰণ কৰা হয়। সাধাৰণতে এই দিনটো গ্ৰেগৰিয়ান কেলেণ্ডাৰ অনুসৰি ১৫ জুনত পৰে।১২৩ বৰ্ণিল অনুষ্ঠানেৰে এই দিৱস উদ্‌যাপন কৰা হয়। সংগীত পৰিৱেশন, নাটক, কবিতা আবৃত্তি, বৰষুণৰ ওপৰত চলচ্চিত্ৰ প্ৰদৰ্শন, পুতলা প্ৰদৰ্শন, ইলীহ উৎসৱ আদি বহুতো অনুষ্ঠান অন্তৰ্ভুক্ত থাকে।৪৫ পৰম্পৰাগতভাৱে মহিলাসকলে বাৰিষাৰ প্ৰথম দিনটো উদ্‌যাপনৰ বাবে আকাশী নীলা ৰঙৰ শাৰী পিন্ধে। ৬৭৮

"বৰ্ষা বন্দনা" নামেৰে জনাজাত এই বৰ্ষা উৎসৱৰ মুখ্য আকৰ্ষণ হ'ল, বছৰৰ প্ৰথম বৰষুণত স্নান কৰা। পুৰুষ, মহিলা আৰু সকলো বয়সৰ শিশুৱে এই উৎসৱত অংশ লয় আৰু আনন্দ উপভোগ কৰে। বিশেষকৈ শিশুসকলে ধুমুহাৰ পিছত মাটিত পৰি থকা আমবোৰ সংগ্ৰহ কৰে। তাৰপাছত সিহঁতে “আম কুশলী” নামৰ এটা ঐতিহ্যবাহী আহাৰ তৈয়াৰ কৰে। টেঙা আম, জলকীয়া, মছলা, পিঁয়াজ আৰু আন উপকৰণেৰে ইয়াক তৈয়াৰ কৰা হয়।

আৰু চাওক

তথ্যসূত্ৰ

  1. ↑ Barsha festival. bdnews24.com
  2. ↑ Monsoon festival celebrated in capital, calls for rain water conservation. Dhaka Tribune
  3. ↑ ‘Monsoon Festival’ held in city. Prothom Alo
  4. ↑ Come rain or shine: Monsoon festivals around Asia. The Myanmar Times
  5. ↑ 'Barsha Festival' held in city. The News Today
  6. ↑ (16 June 2015). Monsoon sets in rhythm. The Daily Star
  7. ↑ Udichi Shilpigosthi celebrates first day of monsoon. The Independent
  8. ↑ Barsha Utsab at Charukala today. The Financial Express

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ সংস্কৃতিবাংলাদেশৰ উৎসৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰ্ষা উৎসৱ” প্ৰবন্ধৰ সংশোধন ৫৪৯৬২৭ (১০ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।