অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বৰসনা

বৰসনা, (অসমীয়া উচ্চাৰণ বৰচনা) ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ মথুৰা জিলাৰ এখন ঐতিহাসিক চহৰ আৰু নগৰ পঞ্চায়ত। কৃষ্ণৰ মুখ্য পত্নী হিন্দু দেৱী ৰাধাৰ জন্মস্থান হিচাপে এই চহৰখনে সাংস্কৃতিক আৰু ধৰ্মীয় তাৎপৰ্য লাভ কৰিছে। বৰসনা ব্ৰজ অঞ্চলত অৱস্থিত।

হালনাগাদ: ১ আগষ্ট ২০২৬ ১০২ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

বৰসনা, (অসমীয়া উচ্চাৰণ বৰচনা) ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ মথুৰা জিলাৰ এখন ঐতিহাসিক চহৰ আৰু নগৰ পঞ্চায়ত।১ কৃষ্ণৰ মুখ্য পত্নী হিন্দু দেৱী ৰাধাৰ জন্মস্থান হিচাপে এই চহৰখনে সাংস্কৃতিক আৰু ধৰ্মীয় তাৎপৰ্য লাভ কৰিছে। বৰসনা ব্ৰজ অঞ্চলত অৱস্থিত।২ চহৰখনৰ মূল আকৰ্ষণ হৈছে ঐতিহাসিক ৰাধা ৰাণী মন্দিৰ যিয়ে বছৰটোৰ ভিতৰতে বিপুলসংখ্যক ভক্তক আকৰ্ষণ কৰে।৩

মথুৰা, বৃন্দাবন, গোবৰ্ধন, কুৰুক্ষেত্ৰ আৰু দ্বাৰকাকো সামৰি লোৱা কৃষ্ণ তীৰ্থ চক্ৰৰ এক অবিচ্ছেদ্য অংগ বৰসনা।

জনগাঁথনি

২০০১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি৪ বৰসনাৰ জনসংখ্যা ৯২১৫ জন। জনসংখ্যাৰ ৫৩% পুৰুষ আৰু ৪৭% মহিলা। বৰসনাৰ গড় সাক্ষৰতাৰ হাৰ ৫৩%, যিটো ৰাষ্ট্ৰীয় গড় ৫৯.৫%তকৈ কম; ৬৬% পুৰুষ আৰু ৩৪% মহিলা সাক্ষৰ। ১৯% জনসংখ্যা ৬ বছৰৰ তলৰ।

তথ্যসূত্ৰ

  1. ↑ Barsana, India. Falling Rain Genomics
  2. ↑ Barsana · Welcome to UP Tourism-Official Website of Department of Tourism, Government of Uttar Pradesh, India. www.uptourism.gov.in
  3. ↑ Historical town Barsana set to celebrate 'Lathmar Holi' Tuesday. Financialexpress
  4. ↑ Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional). Census Commission of India

সম্পৰ্কিত শ্ৰেণী

ভৌগোলিক অঞ্চলভাৰতৰ অঞ্চলসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰসনা” প্ৰবন্ধৰ সংশোধন ৬২২৩০৮ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।