অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বৃন্দাবন

বৃন্দাবন (वृन्दावन) হৈছে উত্তৰ প্ৰদেশ, ভাৰতৰ মথুৰা জিলাৰ এখন নগৰ। মহাভাৰতৰ মতে, এই অঞ্চলতে ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ বাল্যকাল অতিবাহিত কৰিছিল। এই নগৰখন শ্ৰীকৃষ্ণৰ জন্মস্থান মথুৰাৰ পৰা প্ৰায় ১০ কিমি আঁতৰত অৱস্থিত। নগৰখনত ৰাধা আৰু কৃষ্ণৰ পূজাৰ বাবে উৎসৰ্গিত শতাধিক মন্দিৰ আছে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৮১ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

বৃন্দাবন (वृन्दावन) হৈছে উত্তৰ প্ৰদেশ, ভাৰতৰ মথুৰা জিলাৰ এখন নগৰ। মহাভাৰতৰ মতে, এই অঞ্চলতে ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ বাল্যকাল অতিবাহিত কৰিছিল।

এই নগৰখন শ্ৰীকৃষ্ণৰ জন্মস্থান মথুৰাৰ পৰা প্ৰায় ১০ কিমি আঁতৰত অৱস্থিত। নগৰখনত ৰাধা আৰু কৃষ্ণৰ পূজাৰ বাবে উৎসৰ্গিত শতাধিক মন্দিৰ আছে। নগৰখনৰ সৰ্বাধিক জনপ্ৰিয় স্থান হৈছে গোৱিন্দদেৱ মন্দিৰ, গোপীনাথ মন্দিৰ আৰু ৰংগনাথ মন্দিৰ।১

ইতিহাস

বৃন্দাবনৰ হিন্দু ইতিহাসৰ সৈতে জড়িত এটা পুৰণি অতীত আছে। ই হিন্দু ধৰ্মৰ এখন অতি পবিত্ৰ স্থান।

ভৌগোলিক

বৃন্দাবনৰ ভৌগোলিক স্থানাংক হৈছে।২ সমুদ্ৰপৃস্থৰ পৰা উচ্চতা প্ৰায় ১৭০ মিটাৰ (৫৫৭ ফুট)।

তথ্যসূত্ৰ

  1. ↑ Gopal, Madan. (1990). India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃ. 176
  2. ↑ Falling Rain Genomics, Inc - Vrindavan

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নগৰ মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৃন্দাবন” প্ৰবন্ধৰ সংশোধন ৬৩১৯৭৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।