অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

বেগম জান

বেগম জান (Begum Jan) এগৰাকী চিকিৎসক আৰু জনজাতীয় মহিলা কল্যাণ সংস্থাৰ প্ৰতিষ্ঠাপক, যি উত্তৰ-পশ্চিম পাকিস্তানৰ জনজাতীয় মহিলাসকলক তেওঁলোকৰ অধিকাৰৰ বিষয়ে শিকায় আৰু তেওঁলোকক চিকিৎসা প্ৰশিক্ষণ দিয়ে।তেওঁ পাকিস্তানৰ ৰক্ষণশীল অঞ্চল দক্ষিণ ৱাজিৰিষ্টনত ডাঙৰ-দীঘল হৈছিল যদিও দেউতাকে তেওঁক চিকিৎসক হ'বলৈ…

হালনাগাদ: ১৩ মে’ ২০২৫ ৭৩ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

বেগম জান (Begum Jan) এগৰাকী চিকিৎসক আৰু জনজাতীয় মহিলা কল্যাণ সংস্থাৰ প্ৰতিষ্ঠাপক, যি উত্তৰ-পশ্চিম পাকিস্তানৰ জনজাতীয় মহিলাসকলক তেওঁলোকৰ অধিকাৰৰ বিষয়ে শিকায় আৰু তেওঁলোকক চিকিৎসা প্ৰশিক্ষণ দিয়ে।১২৩৪তেওঁ পাকিস্তানৰ ৰক্ষণশীল অঞ্চল দক্ষিণ ৱাজিৰিষ্টনত ডাঙৰ-দীঘল হৈছিল যদিও দেউতাকে তেওঁক চিকিৎসক হ'বলৈ উৎসাহিত কৰিছিল।৪ সৰুতে তেওঁ ল'ৰাৰ স্কুলত পঢ়িছিল কাৰণ ছোৱালীৰ বাবে সেইসময়ত স্কুল নাছিল৷ যেতিয়া তেওঁৰ জনজাতীয় বয়োজ্যেষ্ঠসকলে তেওঁক হাইস্কুলত পঢ়িবলৈ নিষেধ কৰিছিল তেতিয়া তেওঁ ঘৰুৱা শিক্ষকৰ ওচৰত পঢ়িছিল।৩

২০০৭ চনত আত্মঘাতী বোমা বিস্ফোৰণ আৰু অন্যান্য হিংসাৰ পোষকতা কৰা ধৰ্মগুৰুসকলৰ বিৰুদ্ধে দেশজোৰা মহিলাসকলৰ প্ৰতিবাদত বেগম জানে জনজাতীয় মহিলা কল্যাণ সংস্থাৰ প্ৰতিবাদৰ নেতৃত্ব দিয়ে।৫২০০৮ চনৰ হিচাপত তেওঁ জনজাতীয় মহিলা কল্যাণ সংস্থাৰ অধ্যক্ষ পদত অধিষ্ঠিত হয়।৬

২০০৮ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় মহিলা সাহস বঁটা লাভ কৰে, যাৰ ফলত তেওঁ সেই বঁটা লাভ কৰা প্ৰথমগৰাকী পাকিস্তানী মহিলা হিচাপে পৰিগণিত হয়।২৩

তথ্যসূত্ৰ

  1. ↑ Women From 8 Countries Honored. KOLD
  2. ↑ Iqbal, Anwar. (11 March 2008). Fata woman receives courage award
  3. ↑ (10 March 2008). International Women of Courage Award Ceremony: 2008. 2001-2009.state.gov
  4. ↑ Kathy Cannon. (January 24, 1997). Pakistan gives vote to tribal men—and women. The Deseret News. Associated Press
  5. ↑ IIP Publications -. IIP Publications
  6. ↑ (11 March 2008). Women From 8 Countries Honored

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদপাকিস্তানৰ মহিলা অধিকাৰ কৰ্মীপাকিস্তানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেগম জান” প্ৰবন্ধৰ সংশোধন ৫০৮২০১ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।