অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বীৰাঙ্গনা মূলাগাভৰু বঁটা

জনজাতীয় সংগঠন টাই আহোম যুৱ পৰিষদ অসম(চমুকৈ টাইপা)ৰ চৰাইদেউ জিলা সমিতিয়ে আহোম কুঁৱৰী তথা মহীয়সী আহোম যুঁজাৰু মহিলা ফ্ৰাচেংমু'ঙ বৰগোহাঁইৰ পত্নী বীৰাংগনা মূলাগাভৰুৰ জীৱনাদৰ্শ, বলিষ্ঠ ভূমিকা আৰু ত্যাগক গভীৰ শ্ৰদ্ধা আৰু উচিত মৰ্যাদাৰে সুঁৱৰি ২০১৩ বৰ্ষৰ পৰা বীৰাংগনা মূলাগাভৰু স্মৃতি বঁটা প্ৰদান কৰি…

হালনাগাদ: ১৭ ডিচেম্বৰ ২০২৩ ৫৭ শব্দ · ১ মিনিট সংগৃহীত ৫৯
সংশোধনৰ পৰামৰ্শ

জনজাতীয় সংগঠন টাই আহোম যুৱ পৰিষদ অসম(চমুকৈ টাইপা)ৰ চৰাইদেউ জিলা সমিতিয়ে আহোম কুঁৱৰী তথা মহীয়সী আহোম যুঁজাৰু মহিলা ফ্ৰাচেংমু'ঙ বৰগোহাঁইৰ পত্নী বীৰাংগনা মূলাগাভৰুৰ জীৱনাদৰ্শ, বলিষ্ঠ ভূমিকা আৰু ত্যাগক গভীৰ শ্ৰদ্ধা আৰু উচিত মৰ্যাদাৰে সুঁৱৰি ২০১৩ বৰ্ষৰ পৰা বীৰাংগনা মূলাগাভৰু স্মৃতি বঁটা প্ৰদান কৰি আহিছে।

২০২২ বৰ্ষত মূলাগাভৰু স্মৃতি বঁটা নাৰীবাদী লেখিকা, সমাজসেৱিকা ড° অনিমা গগৈলৈ আগবঢ়োৱা হয়।১

তথ্যসূত্ৰ

  1. ↑ Bharat, Etv. (2022). নাৰীবাদী লেখিকা ড° অনিমা গগৈক বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান

সম্পৰ্কিত শ্ৰেণী

অসমৰ বঁটাসমূহঅসমৰ অসামৰিক সন্মান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বীৰাঙ্গনা মূলাগাভৰু বঁটা” প্ৰবন্ধৰ সংশোধন ৩৯৭৯৫৭ (১৭ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।