অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বীৰবল চাহনী

বীৰবল চাহনী(Birbal Sahni) হৈছে বিশ্বৰ এজন প্ৰসিদ্ধ উদ্ভিদ বিজ্ঞানী।

হালনাগাদ: ১৫ ছেপ্তেম্বৰ ২০২১ ১২৯ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

বীৰবল চাহনী(Birbal Sahni) হৈছে বিশ্বৰ এজন প্ৰসিদ্ধ উদ্ভিদ বিজ্ঞানী।

জন্ম আৰু বংশ পৰিচয়

১৮৯১ চনৰ ১৪ নৱেম্বৰত বৰ্তমান পাকিস্তানৰ অন্তগৰ্ত ডেৰা ইছমাইল খাঁ ৰ তেৰা নামৰ এখন সৰু চহৰত বীৰবল চাহনীৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম ৰুচিয়াম চাহনী আৰু মাকৰ নাম ইশ্বৰী দেবী।১

শিক্ষা

  • ১৯১৪ চনত কেমব্ৰিজ‌ বিশ্ববিদ্যালয়ত অধ্যায়ন সমাপ্ত কৰিছিল।
  • ১৯১৭ চনত উচ্চশিক্ষা লাভ কৰি ঘৰলৈ উভতি আহিছিল২

চাকৰি জীৱন

  • বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ত উদ্ভিদ বিজ্ঞানী পদত নিযুক্ত হয়
  • ১৯২১ চনত বীৰবল চাহনীয়ে লক্ষ্মৌ বিশ্ববিদ্যলয়ত অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে৩

অৱদান

তেওঁ খোখৰাকোট নামৰ টিলাৰ ওপৰত খনন কাৰ্য চলাই ভূ পৃষ্ঠত মাটিৰ তলৰ পৰা মুদ্ৰা বনোৱা কিছুমান সাচ উদঘাটন কৰে। চাহনীৰ অশেষ যত্নৰ ফলত স্বাধীন ভাৰতৰ প্ৰধানমন্ত্ৰী জৱহৰলাল নেহৰুৱে ইং ১৯৪৯ চনৰ ৩ এপ্ৰিল তাৰিখে লক্ষ্ণৌ ৫৩ নং বিশ্ববিদ্যালয় পথত এই উদ্ভিদ বিজ্ঞানীৰ সংস্থাৰ আধাৰশিলা স্থাপন কৰে৪

মৃত্যু

১৯৪৯ চনৰ ১০ তাৰিখে মাজনিশা কৰ্মযোগী বিজ্ঞানী চাহনীৰ মৃত্যু হয়।৫

তথ্যসূত্ৰ

  1. ↑ জীৱ বিজ্ঞানী পৰিচয়, উমেশ চন্দ্ৰ ভূঞা,দ্বিতীয় প্ৰকাশ,১৯৬৫,পৃষ্ঠা নং:২৫
  2. ↑ জীৱ বিজ্ঞানী পৰিচয়, উমেশ চন্দ্ৰ ভূঞা,দ্বিতীয় প্ৰকাশ,১৯৬৫,পৃষ্ঠা নং:২৫
  3. ↑ জীৱ বিজ্ঞানী পৰিচয়, উমেশ চন্দ্ৰ ভূঞা,দ্বিতীয় প্ৰকাশ,১৯৬৫,পৃষ্ঠা নং:২৬
  4. ↑ ↑জীৱ বিজ্ঞানী পৰিচয়, উমেশ চন্দ্ৰ ভূঞা,দ্বিতীয় প্ৰকাশ,১৯৬৫,পৃষ্ঠা নং:২৬
  5. ↑ জীৱ বিজ্ঞানী পৰিচয়, উমেশ চন্দ্ৰ ভূঞা,দ্বিতীয় প্ৰকাশ,১৯৬৫,পৃষ্ঠা নং:২৬

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বীৰবল চাহনী” প্ৰবন্ধৰ সংশোধন ২৯৬৮৬৯ (১৫ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।