অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বীণা দেৱী (ৰাজনীতিবিদ)

বীণা দেৱী (Veena Devi, জন্ম-২২ এপ্ৰিল ১৯৬৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ বৈশালীৰ পৰা লোক জনশক্তি পাৰ্টীক প্ৰতিনিধিত্ব কৰি বৰ্তমান লোকসভাৰ সংসদ সদস্য হিচাপে দ্বিতীয় কাৰ্যকাল কটাই আছে। তেওঁ গাইঘাট সমষ্টিৰ পৰা টিকটপ্ৰাপ্ত বিহাৰ বিধানসভাৰ প্ৰাক্তন সদস্য।

হালনাগাদ: ১ এপ্ৰিল ২০২৬ ১৭৭ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

বীণা দেৱী (Veena Devi, জন্ম-২২ এপ্ৰিল ১৯৬৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ বৈশালীৰ পৰা লোক জনশক্তি পাৰ্টীক প্ৰতিনিধিত্ব কৰি বৰ্তমান লোকসভাৰ সংসদ সদস্য হিচাপে দ্বিতীয় কাৰ্যকাল কটাই আছে। তেওঁ গাইঘাট সমষ্টিৰ পৰা টিকটপ্ৰাপ্ত বিহাৰ বিধানসভাৰ প্ৰাক্তন সদস্য। ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত বৈশালীৰ পৰা লোক জনশক্তি পাৰ্টিৰ হৈ তেওঁ প্ৰতিদ্বন্দ্বিতা কৰি ৰঘুবংশ প্ৰসাদ সিঙক পৰাস্ত কৰে।১

ৰাজনৈতিক জীৱন

২০২১ চনৰ ২ ছেপ্টেম্বৰত চিৰাগ কুমাৰ পাছৱানৰ পৰিৱৰ্তে তেওঁ লোক জনশক্তি পাৰ্টিৰ সংসদীয় অধ্যক্ষ হয়।২৩ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বীণা দেৱীয়ে ৫,৬৬,২২৫ টা ভোট লাভ কৰি জয়লাভ কৰে। ৰাষ্ট্ৰীয় জনতা দলৰ বিজয় কুমাৰ শুক্লাক তেওঁ ৯০০২৬ টা ভোটত পৰাস্ত কৰে।৪৫

প্ৰাথমিক জীৱন

১৯৬৭ চনৰ ২২ এপ্ৰিলত বিহাৰৰ দৰভঙাত উপেন্দ্ৰ প্ৰসাদ সিং আৰু সবুজকলা দেৱীৰ ঘৰত বীণা দেৱীয়ে জন্মগ্ৰহণ কৰিছিল। তেওঁ মেট্ৰিক ডিগ্ৰীধাৰী।.৬ ১৯৮৪ চনৰ ২৭ এপ্ৰিলত মুজাফ্ফৰপুৰৰ এম এল চি দীনেশ প্ৰসাদ সিঙৰ সৈতে তেওঁৰ বিবাহ হয়।৬৭৮তেওঁলোকৰ দুজন পুত্ৰ আৰু দুগৰাকী কন্যা আছে।তেওঁলোক দৌআদপুৰ গাঁৱত থাকে।৯

২০১০ চনত গাইঘাটত বিজেপিৰ সৈতে বিধানসভা নিৰ্বাচনত তেওঁ বিধায়িকা হৈছিল। ২০১০ চনৰ বিধানসভাৰ নিৰ্বাচনত ঘাইঘাট আসনৰ পৰা বিজেপিৰ টিকটত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁ মুজাফ্ফৰপুৰৰ পৰা প্ৰাক্তন অধ্যক্ষ আছিল।১০১১২০০১ চনত মুজাফ্ফৰপুৰ জিলাৰ অধ্যক্ষ আৰু ২০০৬ চনত উপ অধ্যক্ষ হয়।

তথ্যসূত্ৰ

  1. ↑ Kumar, Abhay. (24 March 2019). For Bihar NDA, blood is thicker than sweat. Deccan Herald
  2. ↑ Chandra, Vyas. (2 September 2021). Bihar Politics: बिहार में चिराग को नया झटका, वैशाली की सांसद वीणा देवी बनीं LJP पारस गुट संसदीय बोर्ड की अध्‍यक्ष. Dainik Jagran
  3. ↑ Kamal, Neel. (2 September 2021). पशुपति पारस ने भतीजे को दिया एक और झटका, LJP के एक और अहम पद से चिराग पासवान की छुट्टी. News18 Hindi
  4. ↑ Parliamentary Constituency 16 - Vaishali (Bihar). ECI
  5. ↑ Vaishali Constituency Lok Sabha Election Results 2024. Bru Times News
  6. ↑ Members: Lok Sabha. loksabhaph.nic.in
  7. ↑ Jamal, Khwaja. (21 October 2010). Hiccup for BJP ahead of election - Party nominee brother caught bribing voters. The Telegraph
  8. ↑ (22 November 2014). Newly born grandson of JD(U) MLC and BJP MLA kidnapped in Bihar. Daily News and Analysis
  9. ↑ VEENA DEVI (Bharatiya Janata Party(BJP)):Constituency- Gaighat(MUZAFFARPUR) - Affidavit Information of Candidate. myneta.info
  10. ↑ Assembly Election Result 2016, Assembly Election Schedule Candidate List, Assembly Election Opinion/Exit Poll Latest News 2016. infoelections.com
  11. ↑ Member of Parliament - Devi Smt. Veena

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বীণা দেৱী (ৰাজনীতিবিদ)” প্ৰবন্ধৰ সংশোধন ৫৯৯৫৩০ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।