অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিষ্ণুদিগম্বৰ পালুস্কৰ

বিষ্ণু দিগম্বৰখ পালুস্কৰ (BISHNU DIGAMBARAKH PALUSKAR) হৈছে এগৰাকী সঙ্গীতৰ প্ৰতি আত্মোৎসৰ্গী, ত্যাগী, সন্ন্যাসী ব্যক্তি ৷

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০২১ ৮৫ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

বিষ্ণু দিগম্বৰখ পালুস্কৰ (BISHNU DIGAMBARAKH PALUSKAR) হৈছে এগৰাকী সঙ্গীতৰ প্ৰতি আত্মোৎসৰ্গী, ত্যাগী, সন্ন্যাসী ব্যক্তি ৷১

জন্ম আৰু বংশ পৰিচয়

১৮৬২ খ্ৰীষ্টাব্দত ১৯ আগষ্টত পুণাৰ অন্তৰ্গত কুৰুন্দ্ৱাৰৰ বেলগাওঁ নামৰ ঠাইত জন্ম গ্ৰহণ কৰে। পিতাৰ নাম আছিল পঃ গোপাল দিগম্বৰ।২

শিক্ষা

শৈশৱ কালতে তেওঁ দৃষ্টি শক্তি হেৰুৱাব লগীয়া হোৱাত শিক্ষাৰ অন্ত পেলাই সঙ্গীতত অনুপ্ৰৱেশ কৰে।

সংগীত জীৱনলৈ অৱদান

তেওঁ এখন সংগীত আলোচনী প্ৰকাশ কৰে। কেইবাখনো সংগীত বিষয়ক গ্ৰন্থ ৰচনা কৰে। সেইবোৰৰ ভিতৰত সংগীত বালবোধ, সংগীত বাল প্ৰকাশ আদি। ইয়াৰ পিছত তেওঁ বিজ্ঞান সন্মতভাৱে স্বৰলিপি পদ্ধতি আৱিষ্কাৰ কৰে।

মৃত্যু

১৯৩১ চনৰ ২১ আগষ্টৰ দিনা পৰলোক গমন কৰে।

তথ্যসূত্ৰ

  1. ↑ সৰল সঙ্গীত শাস্ত্ৰ, পণ্ডিত নন্দ কিশোৰ চৌধুৰী, দ্বিতীয় প্ৰকাশ,২০১৪ চন, পৃষ্ঠা নং: ১১৬
  2. ↑ সৰল সঙ্গীত শাস্ত্ৰ, পণ্ডিত নন্দ কিশোৰ চৌধুৰী, দ্বিতীয় প্ৰকাশ,২০১৪ চন, পৃষ্ঠা নং: ১১৬

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিষ্ণুদিগম্বৰ পালুস্কৰ” প্ৰবন্ধৰ সংশোধন ২৯৮১২৯ (১৭ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।