অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বিষণ্ণতা (উপন্যাস)

বিষণ্ণতা (ইংৰাজী:BIKHANNOTA) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন উপন্যাস। প্ৰথমবাৰ ২০০২ চনৰ নৱেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা বিষণ্ণতা কিতাপখন প্ৰকাশ হৈছিল।

হালনাগাদ: ১৪ ছেপ্তেম্বৰ ২০২১ ১০৩ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

বিষণ্ণতা (ইংৰাজী ভাষা:BIKHANNOTA) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন উপন্যাস। প্ৰথমবাৰ ২০০২ চনৰ নৱেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা বিষণ্ণতা কিতাপখন প্ৰকাশ হৈছিল। ১

লেখকৰ পৰিচয়

১৯৩২ চনত হোমেন বৰগোহাঞি অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়। [১] আৰু মৃত্যু হয় ১২ মে' ২০২১ চনত। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য একাডেমি বঁটাৰে সন্মানিত হয়। [২] বৰগোহাঞিৰ উপন্যাস 'হালধীয়া চৰায়ে বাওঁধান খায়' ৰ কাহিনী ভিত্তিক জাহ্ন বৰুৱাৰ দ্বাৰা নিৰ্মিত একে নামৰ ছবিখন ১৯৮৮ চনত শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা লগতে আন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাও লাভ কৰিছিল। ২

বিৱৰণি

বিষন্নতা কিতাপ খন প্ৰথম প্ৰকাশ পাইছিল ২০০২ চনৰ নৱেম্বৰ মাহত। কিতাপখনত ১১৭ পৃষ্ঠা আছে। ৩

তথ্যসূত্ৰ

  1. ↑ Sahitya Akademi official website
  2. ↑ Sahitya Akademi Official Website
  3. ↑ বিষন্নতা, হোমেন বৰগোহাঞি, সপ্তম সংস্কৰণ,জানুৱাৰী,২০১৯

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিষণ্ণতা (উপন্যাস)” প্ৰবন্ধৰ সংশোধন ২৯৬৫৯৯ (১৪ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।