বিশাখা দত্ত এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা, সমাজকৰ্মী আৰু এগৰাকী প্ৰাক্তন সাংবাদিক।১ তেওঁ লিংগ, যৌনতা আৰু মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত কাম কৰা অলাভজনক সংস্থা মুম্বাইস্থিত পইণ্ট অৱ ভিউৰ সহ-প্ৰতিষ্ঠাপক আৰু কাৰ্যবাহী সঞ্চালিকা।২ তেওঁ ক্ৰিয়েটিং ৰিচ'ৰ্ছ ফৰ এম্পাৱাৰমেণ্ট ইন একচন আৰু ৱিকিমিডিয়া ফাউণ্ডেশ্যন (২০১০–২০১৪)কে ধৰি অলাভজনক সংস্থাসমূহৰ ব'ৰ্ডতো কাৰ্যনিৰ্বাহ কৰে,৩ য'ত তেওঁ প্ৰথমগৰাকী ভাৰতীয় আছিল যিয়ে ব'ৰ্ড অৱ ট্ৰাষ্টীত কাৰ্যনিৰ্বাহ কৰিছিল।১৪
জীৱন আৰু কৰ্ম
১৯৯৮ চনত দত্তই সম্পাদনা কৰে এণ্ড হু ৱিল মেইক দ্য চাপাতিচ?, যিখন হ'ল ভাৰতৰ মহাৰাষ্ট্ৰত গঠন হোৱা সৰ্বমহিলা ৰাজনৈতিক পঞ্চায়তসমূহৰ এক আভাস মূলক গ্ৰন্থ।৫ ২০০৩ চনত তেওঁৰ তথ্যচিত্ৰ In the Flesh: three lives in prostitution মুক্তি লাভ কৰে।৬৭
তথ্যসূত্ৰ
- ↑ Kurup, Deepa. (14 April 2010). And now, Wikipedia India's new face. The Hindu
- ↑ Board. Point of View
- ↑ (5 April 2010). Press releases: Bishakha Datta to join Wikimedia Foundation Board of Trustees. Wikimedia Foundation
- ↑ (6 April 2010). http://www.livemint.com/2010/04/06161429/QampA-with-Bishakha-Datta-F.html?h=B
- ↑ (2009-02-16). Book Review: And Who Will Make the Chapatis?. SAWNET
- ↑ (2002-08-29). The Hindu: Sex, truth, and videotape. The Hindu
- ↑ Sharma, Kanika. (15 Nov 2013). Flesh Talkies. MiD DAY
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশাখা দত্ত” প্ৰবন্ধৰ সংশোধন ৬০৩৪৭৪ (২৯ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।