অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বাৰদৈ ছিখলা

বাৰদৈ ছিখলা হৈছে এক বড়ো লোক নৃত্য, যি একে নামৰ এক কিংবদন্তি লোককথাৰ কন্যাৰ ওপৰত আধাৰিত। তাইৰ বতাহ আৰু পানী নিয়ন্ত্ৰণ কৰি বৰষুণ, শিলাবৃষ্টি আৰু বজ্ৰপাত সৃষ্টি কৰাৰ ক্ষমতা আছে। বসন্তত আহি তাই চৌপাশক সজীৱ কৰি তোলে। গছ-গছনিবোৰ ফুলি উঠে আৰু সকলো সেউজীয়া কৰি তোলে।

হালনাগাদ: ৫ মাৰ্চ ২০২৩ ৬৯ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

বাৰদৈ ছিখলা হৈছে এক বড়ো লোক নৃত্য, যি একে নামৰ এক কিংবদন্তি লোককথাৰ কন্যাৰ ওপৰত আধাৰিত। তাইৰ বতাহ আৰু পানী নিয়ন্ত্ৰণ কৰি বৰষুণ, শিলাবৃষ্টি আৰু বজ্ৰপাত সৃষ্টি কৰাৰ ক্ষমতা আছে। বসন্তত আহি তাই চৌপাশক সজীৱ কৰি তোলে। গছ-গছনিবোৰ ফুলি উঠে আৰু সকলো সেউজীয়া কৰি তোলে। বাৰিষাক আদৰণি জনাই তেওঁক স্মৰণ কৰে ব্যুছাগু উৎসৱৰ দ্বাৰা। বাৰদৈ ছিখলাৰ নৃত্য ৰূপ হৈছে তেওঁৰ স্বভাৱৰ প্ৰণয়ন।১ অসমীয়াত বাৰদৈ ছিখলাক বৰদৈচিলা বুলি কোৱা হয়।

তথ্যসূত্ৰ

  1. ↑ Chakrabarti, Debkumar. Ergonomics for Design and Innovation: Humanizing Work and Work Environment: Proceedings of HWWE 2021. Springer Nature. ISBN 978-3-030-94277-9

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাৰদৈ ছিখলা” প্ৰবন্ধৰ সংশোধন ৩৪৭৭৫৯ (৫ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।