অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বাল্টিক সাগৰ

বাল্টিক সাগৰ (Baltic Sea) আটলাণ্টিক মহাসাগৰৰ এখন সাগৰ আৰু ইয়াক স্কেনডিনাভিয়া (Scandinavia), ফিনলেণ্ড, বাল্টিক দেশসমূহ আৰু উত্তৰ ইউৰোপে আৱৰি আছে। এই সাগৰৰ ভিতৰত Gulf of Bothnia, Bay of Bothnia, Gulf of Finland আৰু Gulf of Riga অন্তৰ্ভুক্ত।

হালনাগাদ: ২৭ জুলাই ২০২৪ ৩৩৭ শব্দ · ২ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

বাল্টিক সাগৰ (Baltic Sea) আটলাণ্টিক মহাসাগৰৰ এখন সাগৰ আৰু ইয়াক স্কেনডিনাভিয়া (Scandinavia), ফিনলেণ্ড, বাল্টিক দেশসমূহ আৰু উত্তৰ ইউৰোপে আৱৰি আছে। এই সাগৰৰ ভিতৰত Gulf of Bothnia, Bay of Bothnia, Gulf of Finland আৰু Gulf of Riga অন্তৰ্ভুক্ত। এই সাগৰ ৫৩°-৬৬°N অক্ষাংশ আৰু ১০°-৩০° দ্ৰাঘিমাংশৰ মাজত অৱস্থিত। বাল্টিক সাগৰ ডেনিছ দ্বীপপূঞ্জ (Danish islands), Kattegat, Øresund, Great Belt, Little Belt আদি স্পৰ্শ কৰি গৈছে।

এই সাগৰৰ উত্তৰ সীমাত Baltic Proper অৱস্থিত যাক Åland islands আৰু Gulf of Bothnia ই আৱৰি আছে। তেনেদৰে উত্তৰ-পূব সীমাত Gulf of Finland, পূবত Gulf of Riga আৰু পশ্চিমে স্কেনদিনাভিয়া অৱস্থিত।

বাল্টিক মহাসাগৰ কৃত্ৰিম জলপৰিবহণৰ মাধ্যমেৰে অন্য সাগৰৰ সৈতে সংযোজিত। উদাহৰণস্বৰূপে ই শ্বেত সাগৰ (White Sea)-ৰ সৈতে শ্বেত সাগৰ খাল (White Sea Canal)ৰ যোগেদি আৰু উত্তৰ সাগৰৰ German Bight ৰ লগত কীল খাল (Kiel Canal)-ৰ যোগেদি সংযোজিত।

মূল নদীসমূহ

নামগড় ক্ষৰণ (Discharge)দৈৰ্ঘ্যদ্ৰোণী (Basin)দ্ৰোণীৰ সীমাত থকা ঠাইদীৰ্ঘতম অংশ
Neva2500 m³/s74 km (nominal) 860 km (hydrological)281,000 km²ৰাছিয়া, ফিনলেণ্ডSuna (280 km) → Lake Onega (160 km) → Svir (224 km) → Lake Ladoga (122 km) → Neva
Vistula1080 m³/s1047 km194,424 km²পোলেণ্ড, tributaries: বেলাৰুছ, ইউক্ৰেইন, স্ল’ভাকিয়া
Daugava678 m³/s1020 km87.900 km²ৰাছিয়া (source), লাটভিয়া
Neman River678 m³/s937 km98,200 km²বেলাৰুছ, লিথুয়েনিয়া, ৰাছিয়া
Kemijoki556 m³/s550 km (main river) 600 km (river system)51,127.3 km²ফিনলেণ্ড, ন’ৰৱে (source of Ounasjoki)longer tributary Kitinen
Oder540 m³/s866 km118,861 km²চেক ৰিপাব্লিক, পোলেণ্ড, জাৰ্মানী
Lule älv506 m³/s461 km25,240 km²চুইডেন
Narva415 m³/s77 km (nominal) 652 km (hydrological)56,200 km²ৰাছিয়া, ইষ্ট’নিয়াVelikaya (430 km) → Lake Peipus (145 km) → Narva
Torne älv388 m³/s520 km (nominal) 630 km (hydrological)40,131.4 km²ন’ৰৱে (source), চুইডেন, ফিনলেণ্ডVálfojohka → Kamajåkka → Abiskojaure → Abiskojokk (sum = 40 km)→ Torneträsk (70 km) → Torne älv

তথ্যসূত্ৰ

  • Alhonen, Pentti. (1966). The Encyclopedia of Oceanography. Van Nostrand Reinhold Company. পৃ. 87–91

লগতে চাওক

  • Ojaveer, H.; Jaanus, A.; MacKenzie, B. R. (2010). Status of Biodiversity in the Baltic Sea. PLoS ONE. পৃ. e12467

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

সাগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাল্টিক সাগৰ” প্ৰবন্ধৰ সংশোধন ৪২৬৯০৪ (২৭ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।