অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

বালেশ্বৰ মন্দিৰ

বালেশ্বৰ মন্দিৰ ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ চম্পাৱত চহৰত অৱস্থিত এটা প্ৰাচীন শিৱ মন্দিৰ৷ চন্দ বংশৰ দ্বাৰা নিৰ্মিত এই মন্দিৰটো শিলৰে খোদিত বাবে বিখ্যাত। বালেশ্বৰ মন্দিৰৰ বিষয়ে কোনো ঐতিহাসিক তথ্য পোৱা নাযায়।

হালনাগাদ: ১২ ডিচেম্বৰ ২০২৪ ৭৮ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

বালেশ্বৰ মন্দিৰ ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ চম্পাৱত চহৰত অৱস্থিত এটা প্ৰাচীন শিৱ মন্দিৰ৷ চন্দ বংশৰ দ্বাৰা নিৰ্মিত এই মন্দিৰটো শিলৰে খোদিত বাবে বিখ্যাত। বালেশ্বৰ মন্দিৰৰ বিষয়ে কোনো ঐতিহাসিক তথ্য পোৱা নাযায়। কিন্তু জনবিশ্বাস অনুসৰি এই মন্দিৰটো খ্ৰীষ্টীয় দশম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল। ১

বালেশ্বৰ মন্দিৰত ভগৱান শিৱক বালেশ্বৰ হিচাপে পূজা কৰা হয়। মন্দিৰ চৌহদত আৰু দুটা মন্দিৰ আছে। এটা ৰত্নেশ্বৰৰ, আনটো চম্পাৱত দুৰ্গাৰ। মন্দিৰৰ ওচৰতে ‘নলা’ বা স্বচ্ছ পানীৰ উৎস আছে। শিৱৰাত্ৰি এই মন্দিৰৰ প্ৰধান উৎসৱ।

তথ্যসূত্ৰ

  1. ↑ Hāṇḍā, Omacanda. (2002). History of Uttaranchal. Indus Pub. Company. পৃ. 64–65. ISBN 81-7387-134-5

সম্পৰ্কিত শ্ৰেণী

পৰ্যটন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বালেশ্বৰ মন্দিৰ” প্ৰবন্ধৰ সংশোধন ৪৫৪২৮১ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।