অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বিছাটি

বিছাটি এটা মুছলমান সম্প্ৰদায়, যিসকলক উত্তৰ ভাৰতত পোৱা যায়। এই সম্প্ৰদায়ৰ বহু সদস্যই ১৯৪৭ চনত পাকিস্তানলৈ প্ৰব্ৰজন কৰি কৰাচী আৰু সিন্ধত বসতি স্থাপন কৰিছে।

হালনাগাদ: ৬ ছেপ্তেম্বৰ ২০২৫ ২৪ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

বিছাটি এটা মুছলমান সম্প্ৰদায়, যিসকলক উত্তৰ ভাৰতত পোৱা যায়।১ এই সম্প্ৰদায়ৰ বহু সদস্যই ১৯৪৭ চনত পাকিস্তানলৈ প্ৰব্ৰজন কৰি কৰাচী আৰু সিন্ধত বসতি স্থাপন কৰিছে।

তথ্যসূত্ৰ

  1. ↑ Samiuddin, Abida; Khanam, R. Global Encyclopaedic Ethnography of Indian Muslim. Global Vision Publishing House. পৃ. 114-117. ISBN 978-81-8220-299-3

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মুছলমান সম্প্ৰদায়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিছাটি” প্ৰবন্ধৰ সংশোধন ৫৩৭৫৩৩ (৬ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।