অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মুছলিম তেলী

মুছলমান তেলীসকল চুন্নী ইছলাম অনুসৰণ কৰা তেলী জাতিৰ লোক। ভাৰত, পাকিস্তান আৰু নেপালত এওঁলোকৰ বসতি। তেওঁলোকৰ উপাধি মালিক। মুছলমান তেলীৰ সৈতে জড়িত গুজৰাটত পোৱা ঘাঁচী নামৰ এটা সম্প্ৰদায়, যিসকলে ৰন্ধন তেল প্ৰস্তুত আৰু ব্যৱসায়ৰ সৈতেও জড়িত।

হালনাগাদ: ৭ ছেপ্তেম্বৰ ২০২৫ ৩৬ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

মুছলমান তেলীসকল চুন্নী ইছলাম অনুসৰণ কৰা তেলী জাতিৰ লোক।১ ভাৰত, পাকিস্তান আৰু নেপালত এওঁলোকৰ বসতি।২ তেওঁলোকৰ উপাধি মালিক।৩

মুছলমান তেলীৰ সৈতে জড়িত গুজৰাটত পোৱা ঘাঁচী নামৰ এটা সম্প্ৰদায়, যিসকলে ৰন্ধন তেল প্ৰস্তুত আৰু ব্যৱসায়ৰ সৈতেও জড়িত।৩২

বিহাৰত এওঁলোক অবিচি।৪

তথ্যসূত্ৰ

  1. ↑ Mishra, N. K. Singh and A. P. (2008). Global Encyclopaedic Enthnography Of Indian Muslim(3 Vols. Set). Global Vision Publishing House. পৃ. 820–27. ISBN 978-81-8220-297-9
  2. ↑ Muslim Teli
  3. ↑ Muslim Teli samaj. teliindia.in
  4. ↑ National Commission for Backward Classes: Bihar

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মুছলমান সম্প্ৰদায়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুছলিম তেলী” প্ৰবন্ধৰ সংশোধন ৫৩৭৬৩৪ (৭ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।