অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আনছাৰী

আনছাৰী বা মমিন আনছাৰী বা সৌদাগৰ প্ৰধানকৈ ভাৰত, পাকিস্তান আৰু নেপালত থকা ব্যৱসায়ীসকলৰ এটা মুছলমান সম্প্ৰদায়। আনছাৰৰ আক্ষৰিক অৰ্থ আৰবীত "সমৰ্থক।" উত্তৰ ভাৰতত এই সম্প্ৰদায়টোক আনছাৰী বা শ্বেইখ বুলি জনা যায় আনহাতে মহাৰাষ্ট্ৰত এই সম্প্ৰদায়টোক মমিন বা সৌদাগৰ বুলি জনা যায়।

হালনাগাদ: ৬ ছেপ্তেম্বৰ ২০২৫ ৯৫ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

আনছাৰী বা মমিন আনছাৰী১ বা সৌদাগৰ প্ৰধানকৈ ভাৰত, পাকিস্তান আৰু নেপালত থকা ব্যৱসায়ীসকলৰ এটা মুছলমান সম্প্ৰদায়। আনছাৰৰ আক্ষৰিক অৰ্থ আৰবীত "সমৰ্থক।"

উত্তৰ ভাৰতত এই সম্প্ৰদায়টোক আনছাৰী বা শ্বেইখ বুলি জনা যায় আনহাতে মহাৰাষ্ট্ৰত এই সম্প্ৰদায়টোক মমিন বা সৌদাগৰ বুলি জনা যায়।

যদিও এই সম্প্ৰদায়টো সমগ্ৰ ভাৰতীয় উপমহাদেশতে পোৱা যায়, উত্তৰ প্ৰদেশৰ বাৰাণসী জিলাক বেছিভাগ মমিনে সদায় নিজৰ সম্প্ৰদায়ৰ কেন্দ্ৰ হিচাপে গণ্য কৰে।২৩ সেই চহৰখনত আনছাৰীসকল চহৰখনৰ জনসংখ্যাৰ এক তৃতীয়াংশ বুলি কোৱা হয়। চহৰখনৰ গুৰুত্বপূৰ্ণ আনছাৰী চুবুৰীসমূহৰ ভিতৰত মদনপুৰা, আদমপূৰা আৰু জয়তপূৰা আদি অন্তৰ্ভুক্ত।৪৫

তেওঁলোক ভাৰতৰ বিভাজনৰ বিৰোধী আছিল।৬ হাৰিয়ানাৰ অ'বিচি তালিকাত এইসকলক তালিকাভুক্ত কৰা হৈছে।৭

তথ্যসূত্ৰ

  1. ↑ Kumar, Nita. (2017-03-14). The Artisans of Banaras: Popular Culture and Identity, 1880-1986. Princeton University Press. পৃ. 52. ISBN 978-1-4008-8699-9
  2. ↑ Raman, Vasanthi. (2012-08-21). The Warp and the Weft: Community and Gender Identity Among the Weavers of Banaras. Routledge. ISBN 978-1-136-51800-3
  3. ↑ Shirazi, Faegheh. (2023-04-06). Islamicate Textiles: Fashion, Fabric, and Ritual. Bloomsbury Publishing. ISBN 978-1-350-29125-6
  4. ↑ The Artisans of Benaras Popular Culture and Identity, 1880h-1986 Orient Longman
  5. ↑ Singh, K. S. (1996). Communities, Segments, Synonyms, Surnames and Titles. Anthropological Survey of India. ISBN 978-0-19-563357-3
  6. ↑ Dixit, Neha. (2025-04-24). The Many Lives of Syeda X: A People's History of Invisible India. Footnote Press. ISBN 978-1-80444-228-9
  7. ↑ List of Backward Classes · Directorate of Welfare of Scheduled Caste & Backward Classes, Government of Haryana. haryanascbc.gov.in

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মুছলমান সম্প্ৰদায়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনছাৰী” প্ৰবন্ধৰ সংশোধন ৫৩৭৪৮৩ (৬ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।