অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

বিজু জনতা দল

বিজু জনতা দল ( Biju Janata Dal) চমুকৈ বিজেডি হৈছে ভাৰতৰ ওড়িশা ৰাজ্যৰ এটা আঞ্চলিক ৰাজনৈতিক দল। ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজু পাটনায়কৰ নেতৃত্বত এই দল প্ৰতিষ্ঠা তথা গঢ় লৈ উঠিছিল, তেওঁৰ নামেৰেই এই দলটোৰ নামকৰণ কৰা হৈছে। ১৯৯৭ চনৰ ২৬ ডিচেম্বৰত দলটো প্ৰতিষ্ঠা কৰা হৈছিল।

হালনাগাদ: ৮ এপ্ৰিল ২০২৩ ১১২ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

বিজু জনতা দল ( Biju Janata Dal) চমুকৈ বিজেডি হৈছে ভাৰতৰ ওড়িশা ৰাজ্যৰ এটা আঞ্চলিক ৰাজনৈতিক দল। ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজু পাটনায়কৰ নেতৃত্বত এই দল প্ৰতিষ্ঠা তথা গঢ় লৈ উঠিছিল, তেওঁৰ নামেৰেই এই দলটোৰ নামকৰণ কৰা হৈছে। ১৯৯৭ চনৰ ২৬ ডিচেম্বৰত দলটো প্ৰতিষ্ঠা কৰা হৈছিল।১

নেতৃত্ব

দলটোৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থাটো হ’ল ইয়াৰ মূল সমিতি।

  • নবীন পাটনায়ক – প্ৰতিষ্ঠাপক, ৰাষ্ট্ৰীয় অধ্যক্ষ, ওড়িশা বিধানসভাত দলৰ নেতা।
  • পিনাকী মিশ্ৰ – লোকসভাত দলৰ নেত্ৰী
  • প্ৰসন্ন আচাৰ্য – ৰাজ্যসভাত দলৰ নেতা
  • ভৰত্ৰুহৰি মাহতাব – লোকসভাৰ সদস্য
  • নিৰঞ্জন পূজাৰী - বিত্ত আৰু আবকাৰী মন্ত্ৰী, ওড়িশা চৰকাৰ
  • প্ৰণৱ প্ৰকাশ দাস – সাধাৰণ সম্পাদক (সংগঠন)
  • সঞ্জয় দাস বাৰ্মা – সাধাৰণ সম্পাদক (মুখ্য কাৰ্যালয়)
  • অম্ৰেশ পাত্ৰি - বিজু যুবা জনতা দল

তথ্যসূত্ৰ

  1. ↑ (16 April 2019). Biju village protects Patnaik legacy, stands firmly behind BJD - Bhubaneswar News. The Times of India

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজু জনতা দল” প্ৰবন্ধৰ সংশোধন ৩৫৩৩৮৮ (৮ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।