অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

বল বৰ্মা

বল বৰ্মা (Bala Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ তৃতীয়জন ৰজা আছিল। এওঁ সমুদ্ৰ বৰ্মাৰ পুত্ৰ আছিল। এওঁ ৩৯৮ খ্ৰীষ্টাব্দৰ পৰা ৪২২ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। এওঁৰ পত্নীৰ নাম আছিল ৰত্নাৱতী আছিল। তেওঁৰ পিছত কল্যাণ বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।

হালনাগাদ: ১৪ ফেব্ৰুৱাৰী ২০১৮ ৭১ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

বল বৰ্মা (Bala Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ তৃতীয়জন ৰজা আছিল। এওঁ সমুদ্ৰ বৰ্মাৰ পুত্ৰ আছিল। এওঁ ৩৯৮ খ্ৰীষ্টাব্দৰ পৰা ৪২২ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। এওঁৰ পত্নীৰ নাম আছিল ৰত্নাৱতী আছিল। তেওঁৰ পিছত কল্যাণ বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।

লগতে চাওক

লগতে পঢ়ক

  • The Social History of Kamarupa by Nagendranath Vasu
  • Kāmarūpa-Kaliṅga-Mithilā:a politico-cultural alignment in Eastern India: history, art, traditions by Chandra Dhar Tripathi, Indian Institute of Advanced Study

সম্পৰ্কিত শ্ৰেণী

অসমৰ ইতিহাসবৰ্মণ ৰাজবংশপুৰণি আৰু মধ্যযুগীয় অসম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বল বৰ্মা” প্ৰবন্ধৰ সংশোধন ১৭৫০২২ (১৪ ফেব্ৰুৱাৰী ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।