অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ফাক ট্ৰি

ফাক ট্ৰি বা ফাক গছ উত্তৰ লণ্ডনৰ হেম্পষ্টেড হিথৰ পশ্চিম হিথত থকা এটা অস্থিৰ ওক গছ। ই এটা প্ৰতিষ্ঠিত সমকামী ক্ৰুজিং এলেকাত অৱস্থিত। ইয়াৰ মিহি ডালৰ বাবে বিখ্যাত যিয়ে সমকামী যৌনতাক সহজ কৰি তোলে।

হালনাগাদ: ২০ জুন ২০২৫ ২৪৯ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ফাক ট্ৰি বা ফাক গছ উত্তৰ লণ্ডনৰ হেম্পষ্টেড হিথৰ পশ্চিম হিথত থকা এটা অস্থিৰ ওক বৃক্ষ।১ ই এটা প্ৰতিষ্ঠিত সমকামিতা ক্ৰুজিং এলেকাত অৱস্থিত। ইয়াৰ মিহি ডালৰ বাবে বিখ্যাত যিয়ে সমকামী যৌনতাক সহজ কৰি তোলে।

ইতিহাস

১৯ শতিকাৰ পৰা হেম্পষ্টেড হিথ এলেকাটো ক্ৰুজিঙৰ বাবে ব্যৱহাৰ কৰা হৈছে।২ ২০২৩ চনৰ অক্টোবৰ মাহত সাংবাদিক ব্ৰন মাহেৰে দ্য ফেন্স নামৰ এখন ব্ৰিটিছ ব্যংগ-পত্ৰিকাত এই গছজোপা পোহৰলৈ আনিছিল।৩ তেওঁ কয় যে এই গছটো বহুদিন ধৰি মানুহৰ চকুত পৰা নাছিল, আৰু ক্ৰুজিঙৰ বাবে ই খুবেই উপযুক্ত ঠাই। তেওঁৰ ভাষ্য অনুসৰি, “গছজোপাৰ গুৰি হাত মেলি চাদৰ খুচৰি ধৰাৰ দৰে দেখা যায়; ডালটো মাটিলৈ নামি আহি পেটৰ সমান উচ্চতালৈ আহিছে, তাৰপাছত ওপৰলৈ বেঁকা হৈ উঠিছে। গছটো যেন কঁকাল বেঁকা কৰি শুই আছে।” এই গছজোপাৰ কথা আৰ্মিষ্টেড মাউপিনৰ ২০২৪ চনৰ উপন্যাস ম'না অৱ দ্য মন'ৰতো উল্লেখ কৰা হৈছে। তাত উইলফ্ৰেড নামৰ এটা চৰিত্ৰই যৌন সঙ্গী বিচাৰি আহি এই গছজোপাৰ ওচৰলৈ যায়। মাউপিনে লিখিছে, “এই গছজোপা এখন খালি ঠাইত আছিল, যাৰ চাৰিওফালে ডাঠ জঙ্ঘলেৰে আৱৰি ধৰা। গছজোপাৰ ডাল মাটিলৈ ইমান তললৈ নামি আহিছিল যে ই যেন এখন চকীৰ দৰে আছিল—য’ত আপুনি হেলনীয়াকৈ বহি হস্তমৈথুন কৰিব পাৰে, বা আগলৈ বেঁকা হৈ যৌন সম্পৰ্কত লিপ্ত হ’ব পাৰে।”৪

শিল্প হিচাপে

২০১৭ চনৰ শিল্পী লিজ ৰ'জেনফেল্ডৰ শিল্প ছবি ফাক ট্ৰিত এই গছজোপা প্ৰতিকৃতি হিচাপে আৰু ১৯৮৯ চনত লুথাৰ প্ৰাইচৰ ছডম ছবিত প্ৰতিক্ৰিয়া হিচাপে প্ৰকাশ কৰিছিল।৫ ৰ'জেনফেল্ডে পৰৱৰ্তী সময়ত ছবিখনৰ কিছু অংশ তাইৰ নিজৰ স্খলনত তিয়াই ইয়াৰ ছবিখন খহাই পেলাইছিল আৰু ইয়াক আৰ্ট গেলেৰী LUXৰ বাগিচাত পুতি থৈছিল।৫ ৰ'জেনফেল্ডৰ ছবিখনক পৰীক্ষা কৰা বুলি বৰ্ণনা কৰা হৈছে। ছবিখনত 'এপ'কেলিপছ', অদৃশ্য গণহত্যা, আৰু কুইয়াৰ মৃত্যুৰ পিছত বিচিত্ৰ জীৱনৰ ইতিবাচক আঁকোৱালি লোৱা কথা বৰ্ণনা কৰা হৈছে।'৫

শিল্পী ট্ৰেভৰ ইয়ঙে ২০২৩ চনত কেনিংটনৰ গেছৱৰ্কছ গেলেৰীত অনুষ্ঠিত হোৱা চফ্ট গ্ৰাউণ্ড প্ৰদৰ্শনীত চাবোনেৰে গছজোপা পুনৰ সৃষ্টি কৰিছিল।৬ ইয়ুঙে গছজোপাক " ... ইচ্ছাৰ শাৰীৰিক মূৰ্তি, অনুভূতিৰ সেই আটাইতকৈ ৰহস্যময়" আৰু "মানৱীয় পাৰস্পৰিক ক্ৰিয়াৰ" স্মৃতিসৌধ বুলি বৰ্ণনা কৰিছে।৬

তথ্যসূত্ৰ

  1. ↑ Farrelly, Niall. (12 October 2023). The Wood for the Trees. Plinth
  2. ↑ (৯ মাৰ্চ ২০২৫). হেম্পষ্টেডত গে ক্ৰুজিঙৰ বাবে ব্যৱহৃত গছ লৈ হিথত সংঘাত. দ্য ডেইলী টেলিগ্ৰাফ
  3. ↑ (১২ অক্টোবৰ ২০২৩). The Fuck Tree. The Fence
  4. ↑ (৭ মাৰ্চ ২০২৪). Mona of the Manor. ৰেণ্ডম হাউচ. পৃ. ১০০. ISBN ৯৭৮-১-৪৭৩৫-৭৬৫৬-৮
  5. ↑ FUCK TREE. লাক্স
  6. ↑ ঝালা, কবীৰ. (৭ ডিচেম্বৰ ২০২৩). হাম্পষ্টেড হিথৰ কুখ্যাত গে ক্ৰুজিং স্পট লণ্ডনৰ বাবে পুনৰ সৃষ্টি কৰা হৈছে exhibition. দ্য আৰ্ট নিউজপেপাৰ

সম্পৰ্কিত শ্ৰেণী

বৃক্ষমানৱ যৌনতাপৰ্ণগ্ৰাফি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাক ট্ৰি” প্ৰবন্ধৰ সংশোধন ৫১৯৩২৭ (২০ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।