পৰ্ণগ্ৰাফি
১৬ প্ৰবন্ধ
-
পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনয় শিল্পী
পৰ্ণগ্ৰাফি চলচ্চিত্ৰৰ অভিনেতা/অভিনেত্ৰী বুলি ক'লে সিহঁতক বুজায় যিয়ে পৰ্ণগ্ৰাফিক চলচ্চিত্ৰত প্ৰদৰ্শিত যৌনতাক দৃশ্যৰ মাধ্যমত উপস্থাপন কৰে। পৰ্ণগ্ৰাফিক ভিডিঅ' নিৰ্মাণ কৰাৰ আগতে অভিনেতা/অভিনেত্ৰীসকলক তেওঁলোকৰ ধাৰা আৰু উপধাৰাৰ ওপৰত ভিত্তি কৰি এনেদৰে বাছনি কৰা হয় যাতে তেওঁলোকে মানুহৰ যৌন কল্পনা পূৰণ…
-
পৰ্ণগ্ৰাফি
পৰ্ণগ্ৰাফি (Pornography; সংক্ষেপে "পৰ্ণ"; Porn) যৌন আবেগ সৃষ্টিৰ উদ্দেশ্যে যৌনসংক্ৰান্ত বিষয়বস্তুৰ প্ৰতিকৃতি অঙ্কন বা পুঙ্খানুপুঙ্খ বৰ্ণনা। পৰ্ণগ্ৰাফি শব্দটি গ্ৰীক শব্দ "পৰনোগ্ৰাফিয়া"ৰ পৰা আহিছে।
-
পৰ্ণগ্ৰাফিক চলচ্চিত্ৰ
পৰ্ণগ্ৰাফিক চলচ্চিত্ৰ'(কামুক চলচ্চিত্ৰ, প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ, নীলা ছবি, যৌন সম্পৰ্কীয় চলচ্চিত্ৰ, বা ১৮+ ছবি) হৈছে এনে ছবি যিয়ে দৰ্শকক উত্তেজিত, আকৰ্ষণ বা সন্তুষ্ট কৰিবলৈ যৌন সম্পৰ্কীয় বিষয়বস্তুক প্ৰতিনিধিত্ব কৰে।
-
পেণ্টহাউচ পেটসকলৰ তালিকা
এইখন পেণ্টহাউচ আলোচনীৰ আমেৰিকান সংস্কৰণত উল্লেখ কৰা মডেলৰ তালিকা; এই তালিকাত ১৯৬৯ চনৰ ছেপ্টেম্বৰৰ পৰা পেট অৱ দ্য মান্থ বা পেট অৱ দ্য ইয়াৰ হিচাপে নিৰ্বাচিত মডেলসমূহক অন্তৰ্ভুক্ত কৰা হৈছে।
-
পেণ্টহাউছ
পেণ্টহাউছ হৈছে বব গুচিয়নেই প্ৰতিষ্ঠা কৰা আৰু লছ এঞ্জেলছ ভিত্তিক পেণ্টহাউছ ৱৰ্ল্ড মিডিয়া, এল এল চিয়ে প্ৰকাশ কৰা এখন পুৰুষৰ আলোচনী। ইয়াত নগৰীয়া জীৱনশৈলীৰ প্ৰবন্ধ আৰু মহিলাৰ চফ্টকোৰ পৰ্ণগ্ৰাফিক ছবিৰ সংমিশ্ৰণ ঘটিছে যিবোৰ ১৯৯০ চনত মহিলাৰ হাৰ্ডকোৰ পৰ্ণগ্ৰাফিক ছবিলৈ বিকশিত হৈছিল।
-
হেনটাই
হেনটাই (Hentai) হৈছে জাপানীজ পৰ্ণগ্ৰাফিক এনিমে আৰু মাংগাৰ এক শৈলী। জাপানী মূলৰ এই শব্দটোৱে (変態) প্ৰচাৰ মাধ্যমৰ কোনো ধাৰাক বৰ্ণনা নকৰে, বৰঞ্চ ই এটা অস্বাভাৱিক যৌন ইচ্ছা বা কাৰ্য্যক প্ৰতিনিধিত্ব কৰে।
-
দ্য কম্বেট: ৱ'মেন প্লিডিং ফ'ৰ দ্য ভেংকুইছড
দ্য কম্বেট: ৱ'মেন প্লিডিং ফ'ৰ দ্য ভেংকুইছড (The Combat: Woman Pleading for the Vanquished, অসমীয়া অৰ্থ: যুদ্ধ: পৰাজিতজনৰ বাবে অনুৰোধ কৰা মহিলা) হৈছে ইংৰাজ শিল্পী উইলিয়াম এটিৰ কেনভাছত নিৰ্মিতএখন বৃহৎ তৈলচিত্ৰ, যিখন প্ৰথমে ১৮২৫ চনত প্ৰদৰ্শিত হৈছিল আৰু এতিয়া স্কটলেণ্ডৰ নেচনেল গেলেৰীত।
-
ফাক ট্ৰি
ফাক ট্ৰি বা ফাক গছ উত্তৰ লণ্ডনৰ হেম্পষ্টেড হিথৰ পশ্চিম হিথত থকা এটা অস্থিৰ ওক গছ। ই এটা প্ৰতিষ্ঠিত সমকামী ক্ৰুজিং এলেকাত অৱস্থিত। ইয়াৰ মিহি ডালৰ বাবে বিখ্যাত যিয়ে সমকামী যৌনতাক সহজ কৰি তোলে।
-
মেৰী বেটী ছানী লিয়নি বননা চাহতী হ্যায়
মেৰী বেটী ছানী লিয়নি বননা চাহতী হ্যায় ২০১৭ চনৰ ভাৰতীয় হিন্দী ভাষাৰ এখন চুটি ছবি যিখনৰ পৰিচালনা আৰু প্ৰযোজক আছিল ৰাম গোপাল বাৰ্মা ছবিখনত অভিনয় কৰিছে নয়না গাংগুলী, মকৰান্দ দেশপাণ্ডে আৰু দিব্যা জগদলেই। এই ছবিখনৰ জৰিয়তে চুটি ছবিৰ ক্ষেত্ৰখনত আত্মপ্ৰকাশ কৰিছিল ৰাম গোপাল বাৰ্মাই।
-
অডিঅ’ পৰ্ণগ্ৰাফী
অডিঅ’ পৰ্ণগ্ৰাফী (ইংৰাজী: Audio pornography), যাক অডিঅ’ এৰোটিকা বুলিও জনা যায়, হৈছে এক প্ৰকাৰৰ পৰ্ণগ্ৰাফী, যি দৃশ্যমান সমল নোহোৱাকৈ কেৱল শব্দৰ ওপৰত নিৰ্ভৰ কৰে।
-
এক্স ভিডিঅ'চ (চলচ্চিত্ৰ)
X Videos হ'ল ২০১৮ চনৰ ভাৰতীয় তামিল ভাষাৰ চাইবৰ অপৰাধভিত্তিক থ্ৰিলাৰ নাট্য চলচ্চিত্ৰ যি চাজো সুন্দৰে পৰিচালনা কৰিছিল। এই চলচ্চিত্ৰখন তেওঁৰ প্ৰথম পৰিচালিত চলচ্চিত্ৰ।
-
এচএচএচ ডট্ কম্
এচএচএচ ডট্ কম্ (ইংৰাজী: Sssh.com; আৰম্ভণি: ১৯৯৯) হৈছে কেৱল সদস্যসকলৰ বাবে উপলব্ধ এটা স্বতন্ত্ৰ মহিলাৰ ইৰ’টিকা ছাইট। মূলসুঁতিৰ প্ৰাপ্তবয়স্ক উদ্যোগৰ দ্বাৰা স্বীকৃতি লাভ কৰা এয়া প্ৰথমটো "মহিলাৰ বাবে পৰ্ণ" ৱেবছাইট, যিয়ে শ্ৰেষ্ঠ বিকল্প ৱেবছাইটৰ বাবে এক্সবিআইজেড বঁটা লাভ কৰিছিল।
-
কুইয়াৰ পৰ্ণগ্ৰাফী
কুইয়াৰ পৰ্ণগ্ৰাফী (ইংৰাজী: Queer pornography)ত বিভিন্ন লিংগ পৰিচয় আৰু যৌন অভিমুখীতাৰ অভিনয়শিল্পীসকলক একেলগে কাম কৰা আৰু অনন্য ধৰণে ইচ্ছা তথা আনন্দৰ শৈলীসমূহ অন্বেষণ কৰা দেখুওৱা হয়।
-
নাৰীবাদী পৰ্ণ বঁটা
নাৰীবাদী পৰ্ণ বঁটা (ইংৰাজী: Feminist Porn Awards; চমুকৈ FPAs) হৈছে ২০০৬ চনৰ পৰা আৰম্ভ হোৱা এক বাৰ্ষিক প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান। ই পোনপ্ৰথমে কানাডাৰ টৰণ্টোত অৱস্থিত ‘গুড ফৰ হাৰ’ নামৰ এখন প্ৰাপ্তবয়স্কৰ সামগ্ৰীৰ দোকানৰ দ্বাৰা আয়োজন কৰা হৈছিল।
-
পৰ্ণ ফিল্ম ফেষ্টিভেল ভিয়েনা
পৰ্ণ ফিল্ম ফেষ্টিভেল ভিয়েনা (PFFV) হৈছে অট্ৰিয়াৰ ভিয়েনাত অনুষ্ঠিত হোৱা এক বাৰ্ষিক পৰ্ণগ্ৰাফী চলচ্চিত্ৰ মহোৎসৱ। ইয়াৰ লক্ষ্য হৈছে অট্ৰিয়া আৰু তাৰ বাহিৰৰ নৱাগত কামোদ্দীপক চলচ্চিত্ৰ নিৰ্মাতাসকলক স্থানীয় দৰ্শকৰ মাজত প্ৰসাৰিত কৰা। এই মহোৎসৱ পোনপ্ৰথমে ২০১৮ চনত অনুষ্ঠিত হৈছিল।
-
ভিক্সেন!
ভিক্সেন! হৈছে ৰাছ মেয়াৰৰ দ্বাৰা পৰিচালিত, মেয়াৰ আৰু এন্থনী জেমছ ৰায়ানৰ দ্বাৰা সহ-লিখিত ১৯৬৮ চনৰ এখন আমেৰিকান ব্যংগাত্মক চফ্টকৰ সেক্সপ্লয়টেশ্যন চলচ্চিত্ৰ। ইয়াত শিতান চৰিত্ৰটোত এৰিকা গেভিনে অভিনয় কৰিছে, যিয়ে লগ পোৱা প্ৰত্যেককে যৌনভাৱে প্ৰভাৱিত কৰে।