অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰভা কিশোৰ তাভিয়াদ

ড° প্ৰভা কিশোৰ তাভিয়াদ (Prabha Kishor Taviad) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতৰ ১৫ সংখ্যক লোকসভাৰ সংসদৰ সদস্য। গুজৰাটৰ দহোড় সমষ্টিক তেওঁ প্ৰতিনিধিত্ব কৰে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ ৰাজনৈতিক দলৰ সদস্য।.

হালনাগাদ: ১৮ ফেব্ৰুৱাৰী ২০২৫ ৩০ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ড° প্ৰভা কিশোৰ তাভিয়াদ (Prabha Kishor Taviad) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতৰ ১৫ সংখ্যক লোকসভাৰ সংসদৰ সদস্য। গুজৰাটৰ দহোড় সমষ্টিক তেওঁ প্ৰতিনিধিত্ব কৰে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ ৰাজনৈতিক দলৰ সদস্য।.

প্ৰাথমিক জীৱন আৰু শিক্ষা

প্ৰভা তাভিয়াদৰ জন্ম হৈছিল গুজৰাটৰ সাবৰকান্ত জিলাৰ ধনধাসন গাঁৱত। তাভিয়াড এগৰাকী চিকিৎসা বিজ্ঞানী৷ তেওঁ চিকিৎসা বিজ্ঞানত এম.ডি আৰু ডি.জি.অ’. কৰিছে৷ তেওঁ আহমেদাবাদৰ বি.জে.মেডিকেল কলেজৰ পৰা উক্ত ডিগ্ৰী লাভ কৰিছে।.

ৰাজনৈতিক কীৱন

ভাৰতীয় জনতা পাৰ্টিৰ বাবুভাই খিমাভাই কটাৰাক পৰাভূত কৰি প্ৰথমবাৰৰ বাবে গুজৰাট দহোড় সমষ্টিৰ পৰা লোকসভাৰ সাংসদ হয়। খিমাভাই কটাৰা সমষ্টিটোৰ পৰা একেৰাহে দুটা কাৰ্যকাল লোকসভালৈ (১৩ আৰু ১৪) নিৰ্বাচিত হৈছিল।১

তথ্যসূত্ৰ

  1. ↑ Previous Lok Sabha members. Lok Sabha website

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰভা কিশোৰ তাভিয়াদ” প্ৰবন্ধৰ সংশোধন ৪৭৯৪২৩ (১৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।