মহাৰাণাপ্ৰতাপ সিংহ দ্বিতীয়১ (২৭ জুলাই ১৭২৪ – ১০ জানুৱাৰী ১৭৫৪) মেৱাৰ ৰাজ্যৰ ছিছোদিয়া বংশৰ ৰাজপুত শাসক আছিল। ৰাজত্ব কাল আছিল ১৭৫১ চনৰ পৰা ১৭৫৪ চনলৈকে। তেওঁৰ চুটি ৰাজত্বকালত ৰাজপুতনাৰ মেৱাৰৰ ছিছোদিয়া বংশৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক দুয়োটা দিশতে অৱনতি ঘটিছিল।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰতাপ সিংহ দ্বিতীয়” প্ৰবন্ধৰ সংশোধন ৫৭২১১৫ (২৭ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।