অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জগত সিংহ দ্বিতীয়

মহাৰাণা জগত সিংহ দ্বিতীয় (১৭ ছেপ্টেম্বৰ ১৭০৯ – ৫ জুন ১৭৫১), মেৱাৰ ৰাজ্যৰ ছিছোদিয়া বংশৰ ৰাজপুত শাসক আছিল (ৰাজত্ব: ১৭৩৪ – ১৭৫১)। ভাতৃসকলৰ ভিতৰত তেওঁ জ্যেষ্ঠ হোৱাৰ বাবে মেৱাৰৰ সিংহাসনৰ উত্তৰাধিকাৰী হয়। তেওঁ নিজৰ ৰাজ্যত সৌভাগ্যৰে অতিবাহিত কৰিছিল।

হালনাগাদ: ৫ ফেব্ৰুৱাৰী ২০২৬ ৮৪ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

মহাৰাণা জগত সিংহ দ্বিতীয়১ (১৭ ছেপ্টেম্বৰ ১৭০৯ – ৫ জুন ১৭৫১), মেৱাৰ ৰাজ্যৰ ছিছোদিয়া বংশৰ ৰাজপুত শাসক আছিল (ৰাজত্ব: ১৭৩৪ – ১৭৫১)। ভাতৃসকলৰ ভিতৰত তেওঁ জ্যেষ্ঠ হোৱাৰ বাবে মেৱাৰৰ সিংহাসনৰ উত্তৰাধিকাৰী হয়।২

তেওঁ নিজৰ ৰাজ্যত সৌভাগ্যৰে অতিবাহিত কৰিছিল। কিন্তু ভাগিন প্ৰথম কুঁৱৰ মাধো সিংহক জয়পুৰৰ সিংহাসনত বহুৱাবলৈ চেষ্টা কৰি থাকোঁতে, ৰাজমহলৰ যুদ্ধত মাধো সিংহৰ জ্যেষ্ঠ সতীয়া ভায়েক ছাৱাই ঈশ্বৰ সিংহৰ হাতত পৰাস্ত হয় আৰু জয়পুৰৰ কাচৱাহা ঘৰ অৰ্পণ কৰিবলৈ বাধ্য হয়। তেওঁ বেতনভোগী সৈন্যকো দৰমহা দিব নোৱাৰা হৈছিল, যিয়ে তেওঁৰ দেশখনক বিধ্বস্ত কৰি পেলাইছিল।

তথ্যসূত্ৰ

  1. ↑ UDAIPUR
  2. ↑ Rulers of Mewar

সম্পৰ্কিত শ্ৰেণী

ছিছোদিয়া বংশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জগত সিংহ দ্বিতীয়” প্ৰবন্ধৰ সংশোধন ৫৭৪২৭৮ (৫ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।