অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পূজা প্ৰিয়ংকা

পূজা প্ৰিয়ংকা (জন্ম: ২৩ মে’ ১৯৯১) এগৰাকী ফিজিয়ান-ভাৰতীয় অভিনেত্ৰী, মডেল, নৃত্যংগনা, উদ্যোগী আৰু সৌন্দৰ্য প্ৰতিযোগিতা বিজয়ী। তেওঁ ২০১৬ চনৰ "মিছ ৱৰ্ল্ড ফিজি" বিজয়ী আৰু তেওঁৰ বলীউড অভিষেক হৈছিল "দ্য ড্ৰিম কেচাৰ" নামৰ এখন ক্ষুদ্ৰ চলচ্চিত্ৰত ধৰ্মেন্দ্ৰৰ সৈতে অভিনয় কৰাৰ জৰিয়তে।

হালনাগাদ: ২১ আগষ্ট ২০২৫ ১১৬ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

পূজা প্ৰিয়ংকা (জন্ম: ২৩ মে’ ১৯৯১) এগৰাকী ফিজিয়ান-ভাৰতীয় অভিনেত্ৰী, মডেল, নৃত্যংগনা, উদ্যোগী আৰু সৌন্দৰ্য প্ৰতিযোগিতা বিজয়ী।১ তেওঁ ২০১৬ চনৰ "মিছ ৱৰ্ল্ড ফিজি" বিজয়ী২ আৰু তেওঁৰ বলীউড অভিষেক হৈছিল "দ্য ড্ৰিম কেচাৰ" নামৰ এখন ক্ষুদ্ৰ চলচ্চিত্ৰত ধৰ্মেন্দ্ৰৰ সৈতে অভিনয় কৰাৰ জৰিয়তে।৩

কৰ্ম-জীৱন

প্ৰিয়ংকাই ১৮ বছৰ বয়সত স্থানীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ জৰিয়তে নিজৰ কৰিয়াৰ আৰম্ভ কৰিছিল। ২০১৬ চনত তেওঁ মিছ ৱৰ্ল্ড ফিজি খিতাপ লাভ কৰি মিছ ৱৰ্ল্ড ২০১৬-ত ফিজিৰ প্ৰতিনিধিত্ব কৰিছিল, য’ত তেওঁ শীৰ্ষ ২০ চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত আছিল।৪

সৌন্দৰ্য প্ৰতিযোগিতা

মিছ ৱৰ্ল্ড ফিজি ২০১৬

প্ৰিয়ংকা ৭ মে’ ২০১৬-ত গ্ৰেণ্ড পেচিফিক হোটেল, ছুভাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত মিছ ৱৰ্ল্ড ফিজি ২০১৬ বিজয়ী হয় আৰু মিছ ৱৰ্ল্ড ২০১৬-ত অংশগ্ৰহণ কৰে।৫

মিছ ৱৰ্ল্ড ২০১৬

তেওঁ ফিজিৰ হৈ মিছ ৱৰ্ল্ড ২০১৬-ত অংশগ্ৰহণ কৰি শৈল্পিক প্ৰতিভা আৰু সমাজসেৱা শ্ৰেণীত শীৰ্ষ ২০-ত স্থান লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ Pooja Priyanka. IMDb
  2. ↑ Pooja Makes Miss World Talent Semi Finals. Fiji Sun
  3. ↑ (3 June 2017). Dharmendra promotes his first international project Dream Catcher, says he is ‘just a boy from Punjab, a sweet boy’. See photos. The Indian Express
  4. ↑ Pooja Priyanka is Miss World Fiji. Fiji Broadcasting Corporation
  5. ↑ Pooja Priyanka winner of Miss Fiji World 2016 - Beauty Pageants - Indiatimes. Femina Miss India

সম্পৰ্কিত শ্ৰেণী

ফিজিসৌন্দৰ্য প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূজা প্ৰিয়ংকা” প্ৰবন্ধৰ সংশোধন ৫৩৪৩৩১ (২১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।