ফিজি
৯ প্ৰবন্ধ
-
ফিজি
ফিজি আনুষ্ঠানিকভাৱে ফিজি গণৰাজ্য হৈছে দক্ষিণ প্ৰশান্ত মহাসাগৰৰ ওচেনিয়াৰ অংশ মেলানেছিয়াৰ এখন দ্বীপ-দেশ। ই নিউজিলেণ্ডৰ পৰা প্ৰায় ১১০০ নটিকেল মাইল (২,০০০ কিমি; ১,৩০০ মাইল) উত্তৰ-উত্তৰ-পূৱত অৱস্থিত।
-
ফিজি হিন্দী
ফিজি হিন্দী ভাষা (ৰোমান হিন্দী ভাষাত: Fiji Hindi; হিন্দী ভাষাত: फिजी हिन्दी) - এই ভাষাটো ভাৰতীয় বংশোদ্ভূত ফিজিয় নাগৰিকসকলৰদ্বাৰা সৰ্বাধিক ব্যৱহৃত ভাষা। ফিজি হিন্দীত মূলত ফিজি আৰু তাৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ প্ৰায় ৩ লাখ ৮০ হাজাৰ মানুহে কথা পাতে।
-
ফিজি হিন্দী ৱিকিপিডিয়া
ফিজি হিন্দী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ফিজি হিন্দী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান টা প্ৰবন্ধ আছে। ফিজি হিন্দী ভাষাটো ভাৰতীয় বংশোদ্ভূত ফিজিয় নাগৰিকসকলৰদ্বাৰা সৰ্বাধিক ব্যৱহৃত ভাষা।
-
ফিজিৰ বাতৰি কাকতৰ তালিকা
ফিজি ফ'কাচ ফিজি লাইভ ফিজি সমাচাৰ ফিজি ছান (ইংৰাজী) ফিজি টাইমছ (১৮৬৯ চনৰ পৰা; দৈনিক, ইংৰাজী) দ্য জেট নিউজপেপাৰ (মাহেকীয়া, ইংৰাজী) সৰতাজ (সাপ্তাহিক, হিন্দী) শান্তি দূত (সাপ্তাহিক, হিন্দী) ষ্টেলিয়ন চাউথ ছি টাইমছ নাই লালকাই কাইলা শফিজি নিউজৱায়াৰ ফিজি ৱান ফিজি ব্ৰডকাষ্টিং কৰ্পৰেচন দুৱতা ব্ৰডকাষ্টিং…
-
গিৰমিটিয়া
গিৰমিটিয়া'(জাহাজী বুলিও কোৱা হয়) হ'ল ব্ৰিটিছ ভাৰতৰ সময়ত দাসত্বৰ চৰ্তত বহিঃৰাজ্যলৈ পঠিওৱা ভাৰতীয় শ্ৰমিকসকল। তেওঁলোকক ইংৰাজসকলে জাহাজেৰে ফিজি, দক্ষিণ আফ্ৰিকা, পূব আফ্ৰিকাৰ দেশ মৰিচাছ, ছিচেলছ, ৰি-ইউনিয়ন, তাঞ্জানিয়া, কেনিয়া, উগাণ্ডা; মালয়েছিয়া, ছিংগাপুৰ, কেৰিবিয়ান দেশ ট্ৰিনিদাদ আৰু ট'বাগো,…
-
আলীশা ছাহুখান
আলীশা ছাহুখান (বা ছাহু খান) এগৰাকী ফিজিয়ান চিকিৎসক। তেওঁ ফিজিৰ স্বাস্থ্য আৰু চিকিৎসা সেৱা মন্ত্ৰালয়ৰ স্বাস্থ্য সুৰক্ষা বিভাগৰ মুৰব্বী। ক’ভিড-১৯ মহামাৰী আৰু তাৰ পূৰ্বৰ সৰুআই মহামাৰীৰ বিৰুদ্ধে দেশখনে চলোৱা যুঁজত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
-
পূজা প্ৰিয়ংকা
পূজা প্ৰিয়ংকা (জন্ম: ২৩ মে’ ১৯৯১) এগৰাকী ফিজিয়ান-ভাৰতীয় অভিনেত্ৰী, মডেল, নৃত্যংগনা, উদ্যোগী আৰু সৌন্দৰ্য প্ৰতিযোগিতা বিজয়ী। তেওঁ ২০১৬ চনৰ "মিছ ৱৰ্ল্ড ফিজি" বিজয়ী আৰু তেওঁৰ বলীউড অভিষেক হৈছিল "দ্য ড্ৰিম কেচাৰ" নামৰ এখন ক্ষুদ্ৰ চলচ্চিত্ৰত ধৰ্মেন্দ্ৰৰ সৈতে অভিনয় কৰাৰ জৰিয়তে।
-
ফিজি মহিলা অধিকাৰ আন্দোলন
ফিজি মহিলা অধিকাৰ আন্দোলন (ইংৰাজী: Fiji Women's Rights Movement; চমুকৈ FWRM) হৈছে ফিজিত অৱস্থিত এক বহু-জাতীয় আৰু বহু-সাংস্কৃতিক সংগঠন। ইয়াৰ মুখ্য কাৰ্যালয় চুভাত অৱস্থিত। এই প্ৰতিষ্ঠানটোৱে মানসিক পৰিৱৰ্তন আৰু প্ৰতিষ্ঠানিক সংস্কাৰৰ জৰিয়তে মহিলাৰ বিৰুদ্ধে হোৱা বৈষম্য দূৰ কৰাৰ বাবে কাম কৰে।
-
ভাচিটি ছ'কো
ভাচিটি ছোকো (ইংৰাজী: Vasiti Soko) এগৰাকী ফিজিয়ান ভৌগোলিক তথ্য প্ৰণালী বিশেষজ্ঞ আৰু ফিজিৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কাৰ্যালয়ৰ সঞ্চালক। ২০২১ চনৰ অক্টোবৰ মাহত তেওঁ ৰাষ্ট্ৰসংঘৰ দুৰ্যোগ বিপদাশংকা হ্ৰাস কাৰ্যালয়ৰ পৰা উদ্বোধনী 'উইমেনছ ইণ্টাৰনেশ্যনেল নেটৱৰ্ক ফৰ ডিজাষ্টাৰ ৰিস্ক ৰিডাকচন' (WIN DRR)…