টানচেন দৰবাৰ বা পাল্পাা দৰবাৰ এণ্ড মিউজিয়াম নামেৰেও জনাজাত টানচেন দৰবাৰ এটা ঐতিহাসিক ৰাজপ্ৰাসাদ আৰু সংগ্ৰহালয়। ১৯২৭ চনত প্ৰতাপ শমশ্বেৰ জং বাহাদূৰ ৰাণাই ইয়াক নিৰ্মাণ কৰিছিল।১ নেপালৰ টানচেন চহৰৰ এটা ভৱিষ্যৎ প্ৰাসাদ দৰবাৰ। নেপালৰ ৰাণা শাসনৰ সময়ত ই ৰাণা ৰাজ্যপালসকলৰ আসন আছিল।
২০০৫ চনত নেপালৰ গৃহ-যুদ্ধত মাওবাদীয়ে ধ্বংস কৰি পেলোৱা এই ৰাজপ্ৰাসাদটো ২০০৮ চনত পুনৰ নিৰ্মাণ কৰি পুনৰ মুকলি কৰা হয়।২
তথ্যসূত্ৰ
- ↑ सुनसान पाल्पा दरबार. ekantipur.com
- ↑ Rebuilding Palpa Palace. Nepali Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাল্পা দৰবাৰ” প্ৰবন্ধৰ সংশোধন ৫৫১৩৪৮ (১৫ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।