পাটলিপুত্ৰ আছিল প্ৰাচীন ভাৰতৰ এখন চহৰ। এয়া বৰ্তমান ভাৰতৰ বিহাৰ ৰাজ্যৰ ৰাজধানী পাটনা চহৰৰ ওচৰত অৱস্থিত আছিল ৷ খ্ৰীষ্টপূৰ্ব ৪৯০ চনত মগধৰ ৰজা অজাতশত্ৰুৱে গংগা নদীৰ পাৰত এটা সৰু দুৰ্গ আকৃতিত পতলিগ্ৰাম বা পাটলিপুত্ৰ চহৰখন স্থাপন কৰিছিল।১
আধুনিক পাটনা চহৰৰ আশে-পাশে ব্যাপকভাৱে প্ৰত্নতাত্ত্বিক খননকাৰ্য কৰা হৈছে। ২ ২০ শতিকাৰ আৰম্ভণিতে কৰা খনন কাৰ্য্যৰ পৰা জনা গৈছে যে ইয়াত এটা বৃহৎ আকাৰৰ দুৰ্গ অৱস্থিত আছিল। তাৰোপৰি জনা গৈছে যে দুৰ্গোটো মজবুত কৰিবলৈ কাঠৰ ব্যৱহাৰ কৰা হৈছিল। ৩
উৎস
- Kosmin, Paul J. (2014). The Land of the Elephant Kings: Space, Territory, and Ideology in Seleucid Empire. Harvard University Press. ISBN 978-0-674-72882-0
- Sastri. (1988). Age of the Nandas and Mauryas. Motilal Banarsidass. ISBN 978-81-208-0465-4
অধিক পঠন
- Bernstein, Richard (2001). Ultimate Journey: Retracing the Path of an Ancient Buddhist Monk (Xuanzang) who crossed Asia in Search of Enlightenment. Alfred A. Knopf, New York.
তথ্যসূত্ৰ
- ↑ Kulke, Hermann; Rothermund, Dietmar. (2004). A History of India. 4th edition. Routledge, Pp. xii, 448. ISBN 0-415-32920-5
- ↑ "Patna". Encyclopædia Britannica. Encyclopædia Britannica Online. Encyclopædia Britannica Inc., 2013. Web. 13 Dec. 2013 <http://www.britannica.com/EBchecked/topic/446536/Patna>
- ↑ Valerie Hansen Voyages in World History, Volume 1 to 1600, 2e, Volume 1 pp. 69 Cengage Learning, 2012
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাটলিপুত্ৰ” প্ৰবন্ধৰ সংশোধন ৪৫৪৬৭৪ (১৩ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।