অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পঞ্চৈবাজা

পঞ্চৈবাজা হৈছে নেপালৰ পৰম্পৰাগত সংগীত যন্ত্ৰৰ সমষ্টি। সাধাৰণতে বিবাহ, পূজা-পাৰ্বণ, শোভাযাত্ৰা আদি ধৰ্মীয় অনুষ্ঠানত এই বাদ্যযন্ত্ৰসমূহ ব্যৱহাৰ কৰা হয়। নেপালী সমাজত এই বাদ্যযন্ত্ৰসমূহ মূলত দামাই আৰু গাইনে জাতিৰ সংগীতজ্ঞসকলে বজায়।

হালনাগাদ: ২২ নৱেম্বৰ ২০২৫ ৮৮ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

পঞ্চৈবাজা হৈছে নেপালৰ পৰম্পৰাগত সংগীত যন্ত্ৰৰ সমষ্টি। সাধাৰণতে বিবাহ, পূজা-পাৰ্বণ, শোভাযাত্ৰা আদি ধৰ্মীয় অনুষ্ঠানত এই বাদ্যযন্ত্ৰসমূহ ব্যৱহাৰ কৰা হয়। নেপালী সমাজত এই বাদ্যযন্ত্ৰসমূহ মূলত দামাই আৰু গাইনে জাতিৰ সংগীতজ্ঞসকলে বজায়।১

‘‘পঞ্চ’’ মানে ‘‘পাঁচ’’ আৰু ‘‘বাজা’’ মানে সংগীত-যন্ত্ৰ; সেইবাবে ইয়াক ‘‘পঞ্চৈবাজা’’ বোলা হয়। বানানৰ বিভিন্ন ৰূপ— ‘‘পঁচে বাজা’’, ‘‘পঞ্চাই বাজা’’, ‘‘পঁচাই বাজা’’ আদি।

উপাদান

নেপালৰ পাহাৰীয়া অঞ্চলত প্ৰচলিত পঞ্চৈবাজাৰ যন্ত্ৰসমূহ
নেপালৰ পাহাৰীয়া অঞ্চলত প্ৰচলিত পঞ্চৈবাজাৰ যন্ত্ৰসমূহছবি: Original uploader was Aaniyo at en.wikipedia · CC BY-SA 3.0

পঞ্চৈবাজাত সাধাৰণতে তলত দিয়া পাঁচবিধ মুখ্য যন্ত্ৰ থাকে—

  • ঝালি
  • ঢোলক — একপ্ৰকাৰৰ সৰু ঢোল
  • দামাহা — একপ্ৰকাৰৰ ডাঙৰ ঢোল
  • নাৰ্ছিংগা — C-আকৃতিৰ দীঘল বাঁহী
  • শেহনাই — লোকবাঁহী

কিছুমান তথ্যত ‘‘ট্যম্কো’’, ‘‘ঢোলকি’’ আদি যন্ত্ৰৰ কথাও উল্লেখ আছে।২ ৩

তথ্যসূত্ৰ

  1. ↑ Hao Huang. (1999). Music in the 20th century. M.E. Sharp. পৃ. 598. ISBN 978-0-7656-8012-9
  2. ↑ (9 October 2015). Instruments used in Panche baja. yeahnepal.com
  3. ↑ Tanka, Khadka C. (2004). The Culture, Tourism & Nature of Nepal. Folk Music Art Academy. ISBN 9789993388142

সম্পৰ্কিত শ্ৰেণী

নেপালৰ সংস্কৃতিনেপাল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পঞ্চৈবাজা” প্ৰবন্ধৰ সংশোধন ৫৫৪৯৫৫ (২২ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।