অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নীলম শৰ্মা

নীলম শৰ্মা (: Neelum Sharma; ৭ মাৰ্চ ১৯৬৯ – ১৭ আগষ্ট ২০১৯) এগৰাকী ভাৰতীয় এংকৰ আছিল যি দূৰদৰ্শনৰ অন্যতম প্ৰতিষ্ঠাপক এংকৰ হিচাপে আটাইতকৈ বেছি পৰিচিত আছিল আৰু ভাৰতৰ মহিলাৰ বাবে সৰ্বোচ্চ অসামৰিক বঁটা নাৰী শক্তিপুৰস্কাৰ লাভ কৰিছিল।

হালনাগাদ: ১৮ মাৰ্চ ২০২৫ ১০২ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

নীলম শৰ্মা (: Neelum Sharma; ৭ মাৰ্চ ১৯৬৯ – ১৭ আগষ্ট ২০১৯)১ এগৰাকী ভাৰতীয় এংকৰ আছিল যি দূৰদৰ্শনৰ অন্যতম প্ৰতিষ্ঠাপক এংকৰ হিচাপে আটাইতকৈ বেছি পৰিচিত আছিল আৰু ভাৰতৰ মহিলাৰ বাবে সৰ্বোচ্চ অসামৰিক বঁটা নাৰী শক্তিপুৰস্কাৰ লাভ কৰিছিল।২৩

জীৱন

ড° ৰশ্মি তিৱাৰী (সোঁফালে) নীলম শৰ্মাৰ সৈতে তেজস্বীনীসকলৰ এজন (বাওঁফালে)
ড° ৰশ্মি তিৱাৰী (সোঁফালে) নীলম শৰ্মাৰ সৈতে তেজস্বীনীসকলৰ এজন (বাওঁফালে)ছবি: Gaurang Pathak 1 · CC BY-SA 4.0

নীলমে তেওঁৰ শ্ব' তেজস্বিনীৰ জৰিয়তে ভাৰতৰ মহিলা সাফল্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।২ তেওঁ এগৰাকী তথ্যচিত্ৰ নিৰ্মাতাও আছিল, তেওঁৰ নামত ৬০খনতকৈও অধিক ছবি আছিল।৪ ১৯৯৫ চনত দূৰদৰ্শনৰ সৈতে কৰ্ম জীৱন আৰম্ভ কৰা নীলমে ২০ বছৰতকৈও অধিক সময় এই চেনেলৰ সৈতে জড়িত আছিল।৫ ২০১৯ চনৰ ১৭ আগষ্টত ৫০ বছৰ বয়সত কেন্সাৰ ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।[6]৬

মহিলা সবলীকৰণৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে ভাৰতীয় মহিলাৰ বাবে ৰখা সৰ্বোচ্চ অসামৰিক বঁটা নাৰী শক্তিপুৰস্কাৰেৰে ২০১৯ চনত তেওঁক সন্মান জনোৱা হয়।

তথ্যসূত্ৰ

  1. ↑ (17 August 2019). Veteran Doordarshan News Anchor Neelum Sharma Passes Away at 50 After Battling Cancer. News18
  2. ↑ (17 August 2019). Doordarshan Anchor and Nari Shakti Award Winner Neelum Sharma passes away. DD News
  3. ↑ (17 August 2019). Veteran DD News anchor Neelum Sharma is no more. Exchange4Media
  4. ↑ (17 August 2019). Neelum Sharma, senior DD News anchor, passes away, journalists pay tributes. News Nation
  5. ↑ (2019-08-17). DD News anchor Neelum Sharma passes away. The Indian Express
  6. ↑ (17 August 2019). Veteran DD News anchor Neelum Sharma dies. Press Trust of India

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলম শৰ্মা” প্ৰবন্ধৰ সংশোধন ৪৯৩৭৪৭ (১৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।