নীলকণ্ঠ হৈছে একান্থেচিয়া পৰিয়ালৰ অন্তৰ্গত এক্বলিয়ামৰ এটা প্ৰজাতি।১ বাংলাদেশ, ভাৰত আৰু শ্ৰীলংকাত পোৱা যায়। ইয়াক ঔষধি উদ্ভিদ হিচাপে ব্যৱহাৰ কৰা হয়।২৩
ৰসায়ন
ইয়াৰ পাত, শিপা আৰু ফুলত অৰিয়েণ্টিন, ভিটেক্সিন, আইছ’অৰিয়েণ্টিন, আইছ’ভিটেক্সিন নামৰ ৰসায়ন থাকে।২৪
তথ্যসূত্ৰ
- ↑ Ecbolium viride (Forssk.) Alston. INDIA BIODIVERSITY PORTAL
- ↑ ECBOLIUM VIRIDE (Forsk.) Alst.. mpbd.info
- ↑ Hepatoprotective and antioxidant effect of Ecbolium viride (Forssk.) Alston roots against paracetamol-induced hepatotoxicity in Albino Wistar rats. Journal of Pharmacy Research. পৃ. 496–501
- ↑ Lalitha KG and Sethuraman MG. Anti-inflammatory activity of roots of Ecbolium viride (Forsk) Merrill.. J Ethnopharmacol. পৃ. 248–50
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলকণ্ঠ ফুল” প্ৰবন্ধৰ সংশোধন ৫৪০৮৯২ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।