অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

নাৰায়ণ বৰ্মা

নাৰায়ণ বৰ্মা (Narayana Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ সপ্তম ৰজা আছিল। এওঁ মহেন্দ্ৰ বৰ্মা আৰু ৰাণী সুব্ৰতাৰ পুত্ৰ আছিল। এওঁ ৪৯৪ খ্ৰীষ্টাব্দৰ পৰা ৫১৮ খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্যত ৰাজত্ব কৰিছিল। তেওঁৰ পিছত ভূতি বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।

হালনাগাদ: ৯ মে’ ২০২৪ ১৪৫ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

নাৰায়ণ বৰ্মা (Narayana Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ সপ্তম ৰজা আছিল। এওঁ মহেন্দ্ৰ বৰ্মা আৰু ৰাণী সুব্ৰতাৰ পুত্ৰ আছিল। এওঁ ৪৯৪ খ্ৰীষ্টাব্দৰ পৰা ৫১৮ খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্যত ৰাজত্ব কৰিছিল। তেওঁৰ পিছত ভূতি বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।

লগতে চাওক

লগতে পঢ়ক

  • Vasu, Nagendranath. The Social History of Kamarupa
  • Tripathi, Chandra Dhar. Kāmarūpa-Kaliṅga-Mithilā:a politico-cultural alignment in Eastern India: history, art, traditions. Indian Institute of Advanced Study
  • Wilt, Verne David. Kamarupa
  • Gorakhpuri, Raghupatisahaya. Kamarupa
  • Majumdar, Ramesh Chandra. Ancient India
  • Kapoor, Subodh. Encyclopaedia of ancient Indian geography
  • Sen, Sailendra Nath. Ancient Indian History and Civilization
  • Kapoor, Subodh. The Indian encyclopaedia: biographical, historical, religious,administrative, ethnological, commercial and scientific
  • Sarkar, Ichhimuddin. Aspects of historical geography of Prāgjyotiṣa-Kāmarūpa (ancient Assam)
  • Deka, Phani. The great Indian corridor in the east
  • Pathak, Guptajit. Assam's history and its graphics
  • Samiti, Kāmarūpa Anusandhāna. Readings in the history & culture of Assam

সম্পৰ্কিত শ্ৰেণী

অসমৰ ইতিহাসপুৰণি আৰু মধ্যযুগীয় অসমবৰ্মণ ৰাজবংশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাৰায়ণ বৰ্মা” প্ৰবন্ধৰ সংশোধন ৪২০৮৫২ (৯ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।