অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আতিফ আচলম

আতিফ আচলম (; জন্মগত নাম মহম্মদ আতিফ আচলম, জন্ম ১২ মাৰ্চ ১৯৮৩) এজন পাকিস্তানী পপ গায়ক আৰু চলচ্চিত্ৰ অভিনেতা। তেওঁ বলিউডৰ কেইবাখনো ছবিত কেমিঅ' ভূমিকাত অবতীৰ্ণ হৈছে। ২০১১ চনত পাকিস্তানী চলচ্চিত্ৰ বোলত তেওঁ প্ৰথম অভিনেতা হিচাপে অৱতীৰ্ণ হৈছিল। তেওঁ কেইবাটাও জনপ্ৰিয় গীত গাইছে।

হালনাগাদ: ২৭ অক্টোবৰ ২০২৫ ১১৪ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

আতিফ আচলম (; জন্মগত নাম মহম্মদ আতিফ আচলম, জন্ম ১২ মাৰ্চ ১৯৮৩) এজন পাকিস্তানী পপ গায়ক আৰু চলচ্চিত্ৰ অভিনেতা। তেওঁ বলিউডৰ কেইবাখনো ছবিত কেমিঅ' ভূমিকাত অবতীৰ্ণ হৈছে। ২০১১ চনত পাকিস্তানী চলচ্চিত্ৰ বোলত তেওঁ প্ৰথম অভিনেতা হিচাপে অৱতীৰ্ণ হৈছিল। তেওঁ কেইবাটাও জনপ্ৰিয় গীত গাইছে।১ আতিফ আচলম তেওঁৰ "ভকেল বেল্টিং" পদ্ধতিৰ বাবে বিখ্যাত।২ তেওঁ পাকিস্তানৰ অন্যতম সৰ্বোচ্চ অসামৰিক সম্মান তামজা-ই-ইমতিয়াজৰে বিভূষিত।

প্ৰাৰম্ভিক জীৱন

আতিফ আচলম পাকিস্তানৰ ৱাজিৰাবাদৰ এটি মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁ লাৰকানাৰ 'কিম্বাৰলে হল' স্কুলত কিন্দাৰগাৰ্ডেন শিক্ষা আৰম্ভ কৰিছিল। ১৯৯১ চনত তেওঁ ৰাৱালপিণ্ডীলৈ আহে। তাত তেওঁ চেটেলাইট টাউনৰ চেইণ্ট পলচ্ কেমব্ৰিজ স্কুলত ভৰ্তি হয়। ১৯৯৫ চনত তেওঁ লাহোৰলৈ আহে আৰু তাত ডিভিশ্বনেল পাব্লিক স্কুলত অধ্যয়ন কৰে। তাৰ পিছত লাহোৰ কলেজ পঞ্জাবৰ পৰা তেওঁ স্নাতক ডিগ্ৰী লয়।৩৪৫৬

তথ্যসূত্ৰ

  1. ↑ (February 12, 2010). Music knows no boundaries: Atif Aslam. hindustantimes.com
  2. ↑ (May 17, 2010). So you think you can act?. tribune.com.pk
  3. ↑ Atif Aslam Great Pakistani Pop Singer
  4. ↑ Atif Aslam Biography
  5. ↑ Atif Aslam Biography
  6. ↑ Atif Aslam

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ ব্যক্তিপাকিস্তানৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আতিফ আচলম” প্ৰবন্ধৰ সংশোধন ৫৪৫৭৫৭ (২৭ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।