অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

নলবৰীয়া উপভাষা

নলবাৰীয়া উপভাষা (Nalbariya dialect) হৈছে অসমৰ নলবাৰী জিলা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত ঘাইকৈ প্ৰচলিত অসমীয়া ভাষাৰ এটি উপভাষা৷ ই কামৰূপী গোটৰ তিনিটা উপভাষাৰ ভিতৰত এটা। বাকীদুটাৰ ভিতৰত এটা হৈছে বৰপেটিয়া উপভাষা আৰু আনটো পলাশবাৰীয়া উপভাষা৷

হালনাগাদ: ৩১ আগষ্ট ২০২৪ ৭২ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

নলবাৰীয়া উপভাষা (Nalbariya dialect) হৈছে অসমৰ নলবাৰী জিলা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত ঘাইকৈ প্ৰচলিত অসমীয়া ভাষাৰ এটি উপভাষা৷১ ই কামৰূপী গোটৰ তিনিটা উপভাষাৰ ভিতৰত এটা। বাকীদুটাৰ ভিতৰত এটা হৈছে বৰপেটিয়া উপভাষা আৰু আনটো পলাশবাৰীয়া উপভাষা৷

ধ্বনিবিজ্ঞান

+স্বৰধ্বনি২সন্মুখকেন্দ্ৰীয়পশ্চ
আইপিএআৰঅ'এমলিপিআইপিএআৰঅ'এমলিপিআইপিএআৰঅ'এমলিপি
উচ্চiই/ঈuউ/ঊ
উচ্চ-মধ্যúও
উচ্চ-নিম্ন-মধ্যéএ’
নিম্ন-মধ্যeএoঅ
নিম্নaআ

নলবাৰীয়া উপভাষাত সাতটা বিশিষ্ট স্বৰধ্বনি আছে। বৰপেটীয়া উপভাষা আৰু মানক অসমীয়াৰ৩ সৈতে ই প্ৰায় একে। যদিও ইহঁতৰ এটা অতিৰিক্ত বিশিষ্ট স্বৰধ্বনি আছে।

তথ্য উৎস

  • Das, Dhirendra Nath. (1990). The Dialects of Goalpara and Kamrup: A Comparative Study. Gauhati University

তথ্যসূত্ৰ

  1. ↑ Das 1990, পৃ. 63
  2. ↑ Das 1990, পৃ. 63
  3. ↑ Das 1990, পৃ. 63

সম্পৰ্কিত শ্ৰেণী

অসমৰ ভাষা আৰু লিপি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নলবৰীয়া উপভাষা” প্ৰবন্ধৰ সংশোধন ৪৩০২১৮ (৩১ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।