অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

নগাঁও নাট্য মন্দিৰ

নগাঁও নাট্য মন্দিৰ নগাঁও চহৰৰ আমোলাপট্টি অঞ্চলত প্ৰতিষ্ঠিত এক সাংস্কৃতিক ভৱন আৰু স্থায়ী মঞ্চসহ নাট পৰিৱেশনৰ এক অনুষ্ঠান৷ ১৮৯৬ চনত “দা নগাঁও আছামীজ ড্ৰামাটিক ক্লাৱ’’ গঠনৰ যোগেদি আৰম্ভণি ঘটা অনুষ্ঠানটিৰ ১৯২৯ চনত স্থায়ী ৰংগমঞ্চ আৰু প্ৰেক্ষাগৃহ মুকলি কৰা হয়৷ ১৯৫৪ চনত নগাঁও নাট্য মন্দিৰে ভাৰত চৰকাৰৰ…

হালনাগাদ: ১১ ফেব্ৰুৱাৰী ২০২৬ ৫২ শব্দ · ১ মিনিট সংগৃহীত ২৬
সংশোধনৰ পৰামৰ্শ

নগাঁও নাট্য মন্দিৰ নগাঁও চহৰৰ আমোলাপট্টি অঞ্চলত প্ৰতিষ্ঠিত এক সাংস্কৃতিক ভৱন আৰু স্থায়ী মঞ্চসহ নাট পৰিৱেশনৰ এক অনুষ্ঠান৷ ১৮৯৬ চনত “দা নগাঁও আছামীজ ড্ৰামাটিক ক্লাৱ’’ গঠনৰ যোগেদি আৰম্ভণি ঘটা অনুষ্ঠানটিৰ ১৯২৯ চনত স্থায়ী ৰংগমঞ্চ আৰু প্ৰেক্ষাগৃহ মুকলি কৰা হয়৷ ১৯৫৪ চনত নগাঁও নাট্য মন্দিৰে ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমীৰ স্বীকৃতি লাভ কৰে৷

পৰিচালনা

সম্পৰ্কিত শ্ৰেণী

অনুষ্ঠান প্ৰতিষ্ঠানঅসমৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নগাঁও নাট্য মন্দিৰ” প্ৰবন্ধৰ সংশোধন ৫৭৬৩১৮ (১১ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।