ধ্ৰুপদী সংগীত (ইংৰাজী: Classical music) বুলিলে সাধাৰণতে লোকসংগীত বা জনপ্ৰিয় সংগীত পৰম্পৰাৰ পৰা পৃথক বুলি গণ্য কৰা শিল্প সংগীতক বুজায়।
- ভাৰতীয় ধ্ৰুপদী সংগীত
- পশ্চিমীয়া ধ্ৰুপদী সংগীত
- অষ্ট্ৰেলিয়ান ধ্ৰুপদী সংগীত
- ৱাৰ্মিংহামৰ ধ্ৰুপদী সংগীত
- ইটালিয়ান ধ্ৰুপদী সংগীত
- ৰাছিয়ান ধ্ৰুপদী সংগীত
- ক’ছ’ভৰ ধ্ৰুপদী সংগীত
- স্কটলেণ্ডৰ ধ্ৰুপদী সংগীত
- সংযুক্ত ৰাজ্যৰ ধ্ৰুপদী সংগীত
- যুক্তৰাষ্ট্ৰ ধ্ৰুপদী সংগীত
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধ্ৰুপদী সংগীত” প্ৰবন্ধৰ সংশোধন ৪৩৬৫২০ (৯ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।