অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মণিকা ডোগ্ৰা

মণিকা ডোগ্ৰা (ইংৰাজী: Monica Dogra) এগৰাকী আমেৰিকান সংগীতজ্ঞ আৰু অভিনেত্ৰী। মণিকা ছখন বৈশিষ্ট্যপূৰ্ণ ছবিত অভিনয় কৰাৰ লগতে শ্বা’ইৰ আৰু ফাংক (Shaa’ir and Func) বেণ্ডৰ সৈতে পাঁচটা ষ্টুডিঅ’ এলবাম মুকলি কৰিছে।

হালনাগাদ: ৫ মাৰ্চ ২০২৫ ১১৩ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

মণিকা ডোগ্ৰা (ইংৰাজী: Monica Dogra) এগৰাকী আমেৰিকান সংগীতজ্ঞ আৰু অভিনেত্ৰী।১২৩ মণিকা ছখন বৈশিষ্ট্যপূৰ্ণ ছবিত অভিনয় কৰাৰ লগতে শ্বা’ইৰ আৰু ফাংক (Shaa’ir and Func) বেণ্ডৰ সৈতে পাঁচটা ষ্টুডিঅ’ এলবাম মুকলি কৰিছে। তেওঁ ভাৰতৰ প্ৰথম ইংৰাজী সংগীত প্ৰতিভা সন্ধানী অনুষ্ঠান দ্য ষ্টেজৰ (The Stage) জুৰি পেনেলৰ সদস্য আছিল।৪ তেওঁ কান লায়নৰ (Cannes Lion) বাবে মনোনীত হোৱা সংগীত-ডকুমেণ্টৰি ধাৰাবাহিক দ্য ডেৱাৰিষ্টছৰ (The Dewarists) চাৰিটা ছিজনৰ আয়োজন কৰিছিল। গ্ল’ৰিয়া ষ্টেইনমে প্ৰযোজনা কৰা ভাইচলেণ্ড এমি (Viceland Emmy) মনোনীত ধাৰাবাহিক উইমেনতো (Woman) তেওঁ কাম কৰিছিল।

প্ৰাৰম্ভিক জীৱন

মণিকা ডোগ্ৰা ভাৰতীয়মূলৰ জম্মুৰ হিন্দু ডোগ্ৰা পৰিয়ালৰ কন্যা।২ তেওঁৰ মাতৃৰ ফালৰ পৰা ককাক হৈছে ডোগ্ৰী লোকসংগীতৰ গায়ক প্ৰকাশ শৰ্মা।৫৬ তেওঁ মেৰিলেণ্ডৰ বাল্টিমোৰত ডাঙৰ-দীঘল হৈছিল। তেওঁ অকলি প্ৰাথমিক বিদ্যালয়, মণ্টেছৰী আৰু ডুলানি হাইস্কুলত পঢ়িছিল। তেওঁ নিউ য়ৰ্ক ইউনিভাৰ্ছিটিৰ পৰা মিউজিকেল থিয়েটাৰ বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে৷

তথ্যসূত্ৰ

  1. ↑ Addiego, Walter. (January 21, 2011). 'Mumbai Diaries' review: a long way from Bollywood. San Francisco Chronicle
  2. ↑ (January 22, 2011). Monica Dogra: Bollywood is changing. The Times of India. Indo-Asian News Service
  3. ↑ Puente, Maria. (January 20, 2011). Could 'Mumbai Diaries' represent a Bollywood reboot?. USA Today
  4. ↑ Suhasini, Lalitha. (October 13, 2015). The Stage review: Starry judges, awesome talent, but why does it sound like a karaoke show?. First Post
  5. ↑ Sharma, Ashutosh. (December 30, 2010). City girl to act in Amir Khan movie. Jammu & Kasmir Tribune
  6. ↑ Sharma, Ashutosh. (December 31, 2011). Need to 'preserve' Dogri folk music. Jammu & Kashmir Tribune

সম্পৰ্কিত শ্ৰেণী

অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মণিকা ডোগ্ৰা” প্ৰবন্ধৰ সংশোধন ৪৮৭০২০ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।