দিপ্লু ৰঞ্জন শৰ্মা১ ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ এজন ৰাজনৈতিক। তদুপৰি তেওঁ চামগুৰি সমষ্টিৰ পৰা নিৰ্বাচিত অসম বিধানসভাৰ সদস্য। শৰ্মা ২০২৪ চনৰ উপ নিৰ্বাচনত চামগুৰি সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হয়১২৩
তথ্যসূত্ৰ
- ↑ Samaguri Bypoll Election Result 2024 LIVE: Diplu Ranjan Sarmah of BJP Wins. News18
- ↑ Bharat, E. T. V. (23 November 2024). With Samaguri Victory, BJP Makes Inroads into Assam's Minority Bastion. ETV Bharat News
- ↑ BJP’s Diplu Ranjan Sarmah Triumphs In Assam s Samaguri Assembly Bye-Election. m.guwahatiplus.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিপ্লু ৰঞ্জন শৰ্মা” প্ৰবন্ধৰ সংশোধন ৬১৬৫৩৬ (১০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।