অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দাদী জানকী

ৰাজযোগিনী দাদী জানকী (: Rajyogini Dadi Janki পহিলা জানুৱাৰী ১৯১৬ – ২৭ মাৰ্চ ২০২০) এগৰাকী ভাৰতীয় আধ্যাত্মিক নেত্ৰী আছিল। তেওঁ মহিলাৰ দ্বাৰা পৰিচালিত বিশ্বৰ সৰ্ববৃহৎ আধ্যাত্মিক সংগঠন ব্ৰহ্ম কুমাৰী আন্দোলনৰ নেতৃত্ব দিছিল।

হালনাগাদ: ২৮ ডিচেম্বৰ ২০২৫ ৭৯ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ৰাজযোগিনী দাদী জানকী (: Rajyogini Dadi Janki পহিলা জানুৱাৰী ১৯১৬ – ২৭ মাৰ্চ ২০২০) এগৰাকী ভাৰতীয় আধ্যাত্মিক নেত্ৰী আছিল। তেওঁ মহিলাৰ দ্বাৰা পৰিচালিত বিশ্বৰ সৰ্ববৃহৎ আধ্যাত্মিক সংগঠন ব্ৰহ্ম কুমাৰী আন্দোলনৰ নেতৃত্ব দিছিল।

আধ্যাত্মিক পথ বাছি লৈ ব্ৰহ্ম কুমাৰীৰ প্ৰতিষ্ঠাপক সদস্য হোৱাৰ সময়ত দাদী জানকীৰ বয়স আছিল ২১ বছৰ। পিছলৈ ১৯৭৪ চনত সেই সময়ত তেওঁ অলপো ইংৰাজী নজনা সত্ত্বেও এই আন্দোলনৰ ৰাষ্ট্ৰদূত হ'বলৈ যুক্তৰাজ্যলৈ গুচি যায় আৰু তাত প্ৰায় ৪০ বছৰ বাস কৰে। ২০২০ চনৰ ২৭ মাৰ্চত তেখেতৰ মৃত্যু হয়।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দাদী জানকী” প্ৰবন্ধৰ সংশোধন ৫৬৬৫৬৩ (২৮ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।