ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয় হৈছে শোণিতপুৰ জিলা জিলাৰ অন্তৰ্গত নদুৱাৰৰ জামুগুৰিহাট অঞ্চলৰ এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান।১ ১৯৬৩ চনত এই মহাবিদ্যালয় খনৰ প্ৰতিষ্ঠা কৰা হয়। ত্যাগবীৰ হেম বৰুৱাৰ নামেৰে মহাবিদ্যালয় খনৰ নাম ৰখা হয়। তেওঁ অসমৰ এজন স্বাধীনতা আন্দোলনৰ সক্ৰিয় অংশগ্ৰহণকৰি, সমাজকৰ্মী তথা লেখক।
মহাবিদ্যালয়ৰ সুবিধাসমূহ
পাঠ্যক্ৰমসমূহ
ত্যাগবিৰ হেম বৰুৱা মহাবিদ্যালয়ত নিম্নোক্ত পাঠ্যক্ৰমসমূহৰ শিক্ষা প্ৰদান কৰা হয়। মহাবিদ্যালয়খনি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ।
- উচ্চতৰ মাধ্যমিক (কলা আৰু বিজ্ঞান)
- স্নাতক (কলা, আৰু বিজ্ঞান)
- ইউ জি চি কেৰিয়াৰমুখী পাঠ্যক্ৰম(বিএ.বিএড,বিএছচি.বিএড) ৪
- স্নাতকোত্তৰ (ইংৰাজী)
শৈক্ষিক বিভাগসমূহ
কলা:
- ইংৰাজী বিভাগ
- অসমীয়া বিভাগ
- নেপালী বিভাগ
- বড়ো বিভাগ
- শিক্ষা বিভাগ
- অৰ্থনীতি বিভাগ
- ইতিহাস বিভাগ
- ৰাজনীতি বিজ্ঞান বিভাগ
- ভূগোল বিভাগ
বিজ্ঞান:
- উদ্ভিদ বিজ্ঞান বিভাগ
- প্ৰাণী বিজ্ঞান বিভাগ
- ৰসায়ন বিজ্ঞান বিভাগ
- পদাৰ্থ বিজ্ঞান বিভাগ
- অৰ্থনীতি বিভাগ
- গণিত বিভাগ
তথ্যসূত্ৰ
- ↑ Tyagbir Hem Baruah College. thbcollege.org
- ↑ Tyagbir Hem Baruah College - Official Website. thbcollege.com
- ↑ Tyagbir Hem Baruah College - Official Website. thbcollege.com
- ↑ (24 June 2020). T.H.B. COLLEGE ASSAM – ADMISSION 2020-21, COURSES, FEES, APPLICATION FORM, ADMISSION DATE » Assam Edu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫৩৯০৬৬ (১৭ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।