অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

টিপচী

টিপচী চৰাই (Common Tailorbird, বৈজ্ঞানিক নাম: Orthotomus sutorius) সমগ্ৰ এছিয়া মহাদেশতে বিস্তৃত হৈ থকা এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। নগৰৰ উদ্যান সমূহত ই এবিধ চিনাকি চৰাই। ই জোপোহাৰ মাজতে লুকাই থাকে যদিও ডাঙৰ মাতটোৰ বাবে ইয়াৰ উপস্থিতি গম পোৱা যায়।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ১২০ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

টিপচী চৰাই১ (Common Tailorbird, বৈজ্ঞানিক নাম: Orthotomus sutorius) সমগ্ৰ এছিয়া মহাদেশতে বিস্তৃত হৈ থকা এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। নগৰৰ উদ্যান সমূহত ই এবিধ চিনাকি চৰাই। ই জোপোহাৰ মাজতে লুকাই থাকে যদিও ডাঙৰ মাতটোৰ বাবে ইয়াৰ উপস্থিতি গম পোৱা যায়। ইয়াক সাধাৰণতে খেতি-পথাৰ, উদ্যান, বনাঞ্চলৰ দাঁতি-কাষৰীয়া অঞ্চল আদিত দেখা পোৱা যায়। ই ঘাইকৈ পতংগভোজী চৰাই (insectivorous)। ইয়াৰ মাত ডাঙৰ আৰু চ্চিপ-চ্চিপ-চ্চিপ ধৰণৰ।২

লগতে চাওক

  • Sen, S.N. (1947). An early nest of the Tailor Bird (Orthotomus sutorius (Pennant)). J. Bombay Nat. Hist. Soc.. পৃ. 159–160
  • Green, E.E. (1899). Birds tapping at window-panes. J. Bombay Nat. Hist. Soc.. পৃ. 415
  • Fernando, H.F. (1913). Note on "Orthotomus sutorius" – the Indian Tailor Bird. Spolia Zeylanica. পৃ. 300–302

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
  2. ↑ Rasmussen, P.C.; Anderton, J.C. (2005). Birds of South Asia: The Ripley Guide. Vol. 2. Smithsonian Institution & Lynx Edicions. পৃ. 477

সম্পৰ্কিত শ্ৰেণী

শালিকাঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টিপচী” প্ৰবন্ধৰ সংশোধন ৫৪০৬৮৯ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।