অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

টিক টিক চৰাই

টিক টিক চৰাই (Golden-headed Cisticola, বৈজ্ঞানিক নাম: Cisticola exilis)ভাৰতৰ পৰা অষ্ট্ৰেলিয়া পৰ্যন্ত বিস্তৃত হৈ থকা সৰু আকাৰৰ এবিধ 'warbler' চৰাই।

হালনাগাদ: ২ মে’ ২০২৬ ৯৮ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

টিক টিক চৰাই (Golden-headed Cisticola, বৈজ্ঞানিক নাম: Cisticola exilis)ভাৰতৰ পৰা অষ্ট্ৰেলিয়া পৰ্যন্ত বিস্তৃত হৈ থকা সৰু আকাৰৰ এবিধ 'warbler' চৰাই।

বিৱৰণ

পূৰ্ণবয়স্ক মতা টিক টিক চৰাইৰ প্ৰজননৰ সময়ত মূৰ,ডিঙি আৰু বুকু অংশত উজ্জ্বল সোণালী-কমলা বৰণ ধৰে। ইয়াৰ নেজডাল শীতকালতকৈ ছুটি হৈ পৰে।১

বিতৰণ

এই চৰাইবিধ প্ৰধানকৈ ভাৰত আৰু অষ্ট্ৰেলিয়াত দেখা পোৱা যায়। ভাৰতবৰ্ষত ইহঁতক উত্তৰ-পূব ভাৰতত সতকাই দেখা যায়।

বাসস্থান

টিক টিক চৰাই ঘাইকৈ জলাহ ভূমিৰ ওখ ঘাঁহনিৰ আশে পাশে বাস কৰা দেখা যায়।২

আচৰণ

প্ৰজনন

এই চৰাইবিধক চৰাইসমূহৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ দৰ্জী (tailor) সমূহৰ ভিতৰত অন্যতম বুলি ধৰা হয়। তথ্য অনুসৰি টিক টিক চৰায়ে বাহটো চুৰ কৰা মকৰাৰ জালেৰে সুন্দৰকৈ চিলাই বান্ধি ৰাখে।

Lake Samsonvale, SE Queensland
Lake Samsonvale, SE Queenslandছবি: Aviceda · CC BY-SA 3.0

তথ্যসূত্ৰ

  1. ↑ www.avianweb.com/goldenheadedcisticolas.html{{De link|date=May 2026 |bot=InternetArchiveBot |fix-attempted=yes }}
  2. ↑ www.avianweb.com/goldenheadedcisticolas.html{{De link|date=May 2026 |bot=InternetArchiveBot |fix-attempted=yes }}

সম্পৰ্কিত শ্ৰেণী

শালিকাঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টিক টিক চৰাই” প্ৰবন্ধৰ সংশোধন ৬০৪০৭৮ (২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।