অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

টাকাম মিচিং পৰিন কেবাং

টাকাম মিচিং পৰিন কেবাং (টিএমপিকে) হৈছে অসমৰ মিচিং জনগোষ্ঠীৰ এটা ছাত্ৰ সংগঠন। ১৯৭১ চনত উচ্চতৰ মাধ্যমিক বিদ্যালয় জোনাইত এই সংগঠনক প্ৰতিষ্ঠা কৰা হৈছিল আৰু ২০২১ চনত জোনাই বজাৰত মাধ্যমিক ক্ষেত্ৰত ইয়াৰ ৫০ বছৰীয়া সোণালী জয়ন্তী উদযাপন কৰা হয়।

হালনাগাদ: ২১ জুলাই ২০২৫ ১৩২ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

টাকাম মিচিং পৰিন কেবাং (টিএমপিকে) হৈছে অসমৰ মিচিং জনগোষ্ঠীৰ এটা ছাত্ৰ সংগঠন। ১৯৭১ চনত উচ্চতৰ মাধ্যমিক বিদ্যালয় জোনাইত এই সংগঠনক প্ৰতিষ্ঠা কৰা হৈছিল আৰু ২০২১ চনত জোনাই বজাৰত মাধ্যমিক ক্ষেত্ৰত ইয়াৰ ৫০ বছৰীয়া সোণালী জয়ন্তী উদযাপন কৰা হয়।১

বুৰঞ্জী

টাকাম মিচিং পৰিন কেবাং (টিএমপিকে) হৈছে অসমৰ এটা ছাত্ৰ সংগঠন। ই ৰাজ্যখনৰ মিচিং জনগোষ্ঠীৰ মুখ্য ছাত্ৰ সংগঠন।২ ই মূলত অসমৰ মিচিং জনগোষ্ঠীৰ সামাজিক-আৰ্থিক আৰু ৰাজনৈতিক সমস্যাসমূহৰ ওপৰত কেন্দ্ৰিত।৩৪

টাকাম মিচিং পৰিন কেবাং (টিএমপিকে) ১৯৭১ চনত প্ৰতিষ্ঠা কৰা হৈছিল। টিএমপিকে পূৰ্বে উত্তৰ-পূব সীমান্ত সংস্থাৰ ছাত্ৰ সন্থা (North East Frontier Agency Students Union) নামেৰে জনা গৈছিল আৰু ১৯৭১ চনত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গঠন কৰা হৈছিল আৰু ১৯৮২ চনত টিএমপিকে হিচাপে পুনৰ নামকৰণ কৰা হৈছিল।৫

ছয় সংখ্যক সূচীত মিচিং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্ভুক্তিৰ দাবী

টিএমপিকে মিচিং জনগোষ্ঠীৰ ছয় সংখ্যক সূচী অনুসৰি মিচিং স্বায়ত্তশাসিত পৰিষদ (এমএচি)ক এজন স্বায়ত্তশাসিত জিলা হিচাপে অন্তৰ্ভুক্ত কৰাৰ দাবীৰ আন্দোলনৰ নেতৃত্ব দিছে।৬

তথ্যসূত্ৰ

  1. ↑ AASU, TMPK launch stir against mega dams, Assam Tribune
  2. ↑ Meet on Mising Autonomous Council polls, Assam Tribune
  3. ↑ STUDENT ORGANISATIONS, TMPK AND POLITICS, Voice of The Oppressed
  4. ↑ Subansiri dam protests: blockade of Arunachal Pradesh continues, Down to Earth
  5. ↑ The Role All MisingStudent’s Union or Takam Mising Porin Kebang (TMPK) as Youth Organization in Assam
  6. ↑ Mising bodies demand Sixth Schedule inclusion, Assam Tribune

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংগঠনভাৰতৰ স্বেচ্ছাসেৱী সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাকাম মিচিং পৰিন কেবাং” প্ৰবন্ধৰ সংশোধন ৫২৫৭৭৫ (২১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।