অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

সদৌ অসম আইন ছাত্ৰ সন্থা

সদৌ অসম আইন ছাত্ৰ সন্থা (All Assam Law Students Union, চমুকৈ AALSU) অসমৰ সৰ্ববৃহৎ আইনৰ ছাত্ৰৰ সংগঠন। ২০১৬চনৰ ১৬চেপ্তেম্বৰ তাৰিখে অসমৰ আইন মহাবিদ্যালয়সমূহৰ ছাত্ৰৰ দ্বাৰা গঠিত এটি বৃহৎ ছাত্ৰ সংগঠন যিয়ে অসমৰ ছাত্ৰসমাজৰ সমস্যা আৰু জনগনৰ ন্যায়ৰ পক্ষত মাত মাতি আহিছে।

হালনাগাদ: ২৫ জানুৱাৰী ২০২২ ১৪৩ শব্দ · ১ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

সদৌ অসম আইন ছাত্ৰ সন্থা (All Assam Law Students Union, চমুকৈ AALSU) অসমৰ সৰ্ববৃহৎ আইনৰ ছাত্ৰৰ সংগঠন। ২০১৬চনৰ ১৬চেপ্তেম্বৰ তাৰিখে অসমৰ আইন মহাবিদ্যালয়সমূহৰ ছাত্ৰৰ দ্বাৰা গঠিত এটি বৃহৎ ছাত্ৰ সংগঠন যিয়ে অসমৰ ছাত্ৰসমাজৰ সমস্যা আৰু জনগনৰ ন্যায়ৰ পক্ষত মাত মাতি আহিছে।

ইতিহাস

১৯১৪ চনতে বৃট্ৰিছ চৰকাৰে নিৰ্মাণ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম আইন শিক্ষা অনুষ্ঠান বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যায় খনেই বৰ্তমানো অসমৰ একমাত্ৰ চৰকাৰী আইন মহাবিদ্যালয়। বৰ্তমান ব্যক্তিগত খণ্ডত অসমত বহুতো আইন মহাবিদ্যায় স্থাপন হল যদিও আইন শিক্ষা খণ্ডৰ ছাত্ৰ ছাত্ৰী সকলে আজিও অজস্ৰ সমস্যাৰ সন্মুখীন হৈ আহিছে। আইনৰ ছাত্ৰ ছাত্ৰী সকলক একগোট কৰি ছাত্ৰ সমাজৰ সমস্যা তথা অসমৰ জনগনৰ ন্যায়ৰ পক্ষত মাত মতাৰ উদ্দেশ্যে ছাত্ৰ সমাজৰ একাত্মক প্ৰচেষ্টাত ২০১৬ চনৰ ১৬ চেপ্তেম্বৰ তাৰিখে অনুষ্ঠিত এখনি সভাত অসমৰ প্ৰতিখন আইন মহাবিদ্যালয়ৰ পৰা অহা ছাত্ৰ প্ৰতিনিধিৰ উপস্থিতিত অসম চলচ্চিত্ৰ বৃত্তি উন্নয়ন নিগমৰ সভা গৃহত সদৌ অসম আইন ছাত্ৰ সন্থা গঠন কৰা হয়।

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংগঠনভাৰতৰ স্বেচ্ছাসেৱী সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সদৌ অসম আইন ছাত্ৰ সন্থা” প্ৰবন্ধৰ সংশোধন ৩১১৯৮২ (২৫ জানুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।