অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জ্যোতি মিৰ্ধা

জ্যোতি মিৰ্ধা (: Jyoti Mirdha; জন্ম: ২৬ জুলাই ১৯৭২) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে নগৌৰ লোকসভা সমষ্টিৰ পৰা ১৫ নং লোকসভালৈ নিৰ্বাচিত হৈছিল। ২০২৩ চনৰ ছেপ্টেম্বৰৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ সদস্য।

হালনাগাদ: ৩ এপ্ৰিল ২০২৫ ৭৭ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

জ্যোতি মিৰ্ধা (: Jyoti Mirdha; জন্ম: ২৬ জুলাই ১৯৭২) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে নগৌৰ লোকসভা সমষ্টিৰ পৰা ১৫ নং লোকসভালৈ নিৰ্বাচিত হৈছিল। ২০২৩ চনৰ ছেপ্টেম্বৰৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ সদস্য।১২

শিক্ষা

জ্যোতি মিৰ্ধাই সৱাই মান সিং চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানত স্নাতক, আৰু লগতে অস্ত্ৰোপচাৰত স্নাতক ডিগ্ৰী লাভ কৰিছে।

কৰ্ম জীৱন

পঞ্চদশ লোকসভাত নগৌৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল মিৰ্ধাই। ৬,১০,০০৩টা ভোট লাভ কৰি এই আসনখন লাভ কৰে। এই নিৰ্বাচনৰ সময়ত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আছিল।৩

তথ্যসূত্ৰ

  1. ↑ Jyoti Mirdha, former Congress MP from Rajasthan, joins the BJP. The Hindu
  2. ↑ (11 September 2023). Jyoti Mirdha Profile: कौन हैं ज्योति मिर्धा जिन्होंने चुनाव से ठीक पहले छोड़ा कांग्रेस का हाथ, BJP के साथ जाने का कितना पड़ेगा असर?. ABP News
  3. ↑ IndiaVotes PC: Rajasthan 2009. IndiaVotes

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্যোতি মিৰ্ধা” প্ৰবন্ধৰ সংশোধন ৫০১৭২৬ (৩ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।