জ্ঞানপীঠ স্নাতক মহাবিদ্যালয় অসমৰ বাক্সা জিলাৰ নিকাচিত অৱস্থিত এখন সাধাৰণ স্নাতক মহাবিদ্যালয়। ১৯৯৩ চনত মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়। মহাবিদ্যালয়খন পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয় আৰু বৰ্তমান বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সৈতে সংলগ্ন হৈ আছে।১
বিভাগসমূহ
কলা
- অসমীয়া
- বডো
- ইংৰাজী
- শিক্ষা
- অৰ্থনীতি
- ভূগোল
- ৰাজনীতি বিজ্ঞান
- দৰ্শন
- নেপালী
তথ্যসূত্ৰ
- ↑ Affiliated Colleges. Guahati University
- ↑ Courses. Gyanpeeth Degree College
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্ঞানপীঠ স্নাতক মহাবিদ্যালয়, বাক্সা” প্ৰবন্ধৰ সংশোধন ৫৩৬৯৮০ (৩ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।