এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। জোনাকী শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে:
- জোনাক বা জোনাকী: জোনৰ পোহৰ
- জোনাকী পৰুৱা: পোহৰ সৃষ্টি কৰিব পৰা এক প্ৰকাৰৰ নিশাচৰ পতংগ
- জোনাকী (আলোচনী): ১৮৮৯ চনত প্ৰথম প্ৰকাশ পোৱা অসমীয়া আলোচনী
- জোনাকী যুগ: অসমীয়া সাহিত্যৰ ৰোমাণ্টিকতাবাদৰ যুগ
- জোনাকী ছবিঘৰ: জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা অসমৰ প্ৰথম স্থায়ী চিত্ৰগৃহ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জোনাকী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)” প্ৰবন্ধৰ সংশোধন ২২১৫২২ (২১ এপ্ৰিল ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।