অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জিল ষ্টেইন

জিল এলেন ষ্টেইন (জন্ম ১৪ মে ', ১৯৫০) এগৰাকী আমেৰিকান চিকিৎসক আৰু সক্ৰিয় কৰ্মী। তেওঁ ২০২৪ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ বাবে গ্ৰীণ পাৰ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। ইয়াৰ পূৰ্বে ২০১২ আৰু ২০১৬ চনৰ নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

হালনাগাদ: ২২ অক্টোবৰ ২০২৪ ৭৪ শব্দ · ১ মিনিট সংগৃহীত ৫৭
সংশোধনৰ পৰামৰ্শ

জিল এলেন ষ্টেইন (জন্ম ১৪ মে ', ১৯৫০) এগৰাকী আমেৰিকান চিকিৎসক আৰু সক্ৰিয় কৰ্মী। তেওঁ ২০২৪ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ বাবে গ্ৰীণ পাৰ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। ইয়াৰ পূৰ্বে ২০১২ আৰু ২০১৬ চনৰ নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। তেওঁ ২০০২ আৰু ২০১০ চনত মেছাচুচেটছৰ গৱৰ্ণৰৰ বাবে গ্ৰীণ-ৰেইনবো পাৰ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা মহিলাসকলৰভিতৰত ষ্টেইন অন্যতম। লগতে সাধাৰণ নিৰ্বাচনত হিলৰী ক্লিণ্টন আৰু জো জৰ্গেনছনৰ পিছত এক নিযুতৰো অধিক ভোট লাভ এগৰাকী মহিলা ৰাজনীতিক।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিল ষ্টেইন” প্ৰবন্ধৰ সংশোধন ৪৪০১৩৪ (২২ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।