অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা ( Jahnavi Barua) এগৰাকী অসমীয়া ভাৰতীয় লেখিকা। তেওঁৰ দ্বাৰা ৰচিত Next Door চুটিগল্পৰ সংকলনটি সমালোচকৰ দ্বাৰা বহুলভাৱে প্ৰশংসিত হৈছিল। এই সংলনটোত সন্নিবিষ্ট গল্পসমূহ অসমৰ উগ্ৰবাদী সমস্যাৰ ওপৰত ভিত্তি কৰি লিখা হৈছে। জাহ্নৱী বৰুৱা পেছাত এগৰাকী চিকিৎসক আৰু তেওঁ বাংগালোৰত বাস কৰে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১১৭ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

জাহ্নৱী বৰুৱা ( Jahnavi Barua) এগৰাকী অসমীয়া ভাৰতীয় লেখিকা। তেওঁৰ দ্বাৰা ৰচিত Next Door চুটিগল্পৰ সংকলনটি সমালোচকৰ দ্বাৰা বহুলভাৱে প্ৰশংসিত হৈছিল। এই সংলনটোত সন্নিবিষ্ট গল্পসমূহ অসমৰ উগ্ৰবাদী সমস্যাৰ ওপৰত ভিত্তি কৰি লিখা হৈছে। ১২

জাহ্নৱী বৰুৱা পেছাত এগৰাকী চিকিৎসক আৰু তেওঁ বেংগালুৰুত বাস কৰে। ৩৪

তেওঁ সংযুক্ত গণৰাজ্য( United Kingdom)ত সৃষ্টিশীল ৰচনা (creative writing) বিষয়ত অধ্যয়ন কৰিছিল।

গ্ৰন্থসূচী

Next Door (পেংগুইন ইণ্ডিয়া, ২০০৮) Rebirth (পেংগুইন ইণ্ডিয়া, ২০১০)

পুৰস্কাৰ

  • ২০১২ কমনৱেলথ বুক প্ৰাইজৰ বাবে মনোনীত shortlist
  • Rebirth ৰ বাবে ২০১১ মে'ন এছিয়ান লিটাৰেৰী প্ৰাইজৰ বাবে মনোনীত 2011 shortlist
  • ২০০৯ ফ্ৰাংক অ'কন্নৰ ইন্টাৰনেছনেল ছৰ্ট ষ্টৰী এৱাৰ্ডৰ বাছনিভুক্ত longlist.
  • Unisun Publishers-ৰ ২০০৬ ছৰ্ট ফিকশ্যন (শিশু সাহিত্য শাখাত) দ্বিতীয় পুৰস্কাৰ
  • সৃষ্টিশীল ৰচনাৰ বাবে চাৰ্লছ ৱালে'চ ইণ্ডিয়া ট্ৰাষ্ট বৃত্তি

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Writing a New Story, The Telegraph
  2. ↑ Into a Closed Terrain, The Hindu
  3. ↑ Winners: a collection of prize-winning poems and stories, Volume 2 By Mary Mathew, Annie Chandy Mathew
  4. ↑ Freshly Pressed

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গল্পকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাহ্নৱী বৰুৱা” প্ৰবন্ধৰ সংশোধন ৩৮১০২৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।