অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জাহ্নু হান্সদা

জাহ্নু হান্সদা (ইংৰাজী: Jhano Hansdah; জন্ম: ২৪ অক্টোবৰ ১৯৭৫) এগৰাকী ভাৰতীয় মহিলা কম্পাউণ্ড আৰ্চাৰ (ধনুৰ্বিদ)। তেওঁ ভাৰতৰ জাতীয় দলৰ হৈ খেলে। ২০১৩ চনৰ বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত তেওঁ অংশগ্ৰহণ কৰিছিল।

হালনাগাদ: ২৭ মাৰ্চ ২০২৬ ৬৫ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

জাহ্নু হান্সদা (ইংৰাজী: Jhano Hansdah; জন্ম: ২৪ অক্টোবৰ ১৯৭৫) এগৰাকী ভাৰতীয় মহিলা কম্পাউণ্ড আৰ্চাৰ (ধনুৰ্বিদ)। তেওঁ ভাৰতৰ জাতীয় দলৰ হৈ খেলে। ২০১৩ চনৰ বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত তেওঁ অংশগ্ৰহণ কৰিছিল।১

“বিশ্ব আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ আৰ্চাৰী প্ৰতিযোগিতা”ত ২০১২ চনৰ পৰা ২০১৫ চনলৈ জাহ্নু হান্সদা একেৰাহে তিনিবাৰকৈ চেম্পিয়ন হৈছিল। তেওঁ ১৫০ টাতকৈও অধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খিতাপ লাভ কৰিছে আৰু টাটানগৰ ৰেলৱে আৰক্ষীৰ পৰিদৰ্শক হিচাপে নিযুক্তি পাইছে।

তথ্যসূত্ৰ

  1. ↑ 2013 World Archery Championships: Entries. ianseo.net

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ক্ৰীড়াবিদচাঁওতালি ব্যক্তিমহিলা খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাহ্নু হান্সদা” প্ৰবন্ধৰ সংশোধন ৫৯৫৩০৭ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।